পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব হয় আৰু ল’ৰ ঠাইত ৰ হলে ‘এৰা হয়। ইয়াৰ আলােচনা ওপৰত কৰা হৈছে (৪৪৩৫)। পুলিঙ্গ a , ন মান নৱম বি ৪৫৩। সা. লি.। স্ত্রীলিঙ্গ ১। বড় অতী, বী বন অতী, ৱতী, তী। ম সতী, অতী, বন্তী, মান অতী, তী । ৩। অইত, অইতনী, | আইত আইত। আইতনী প্রাতিপদিকৰ পাচত এই প্রত্যয়বিলাক যােগ হলে সম্বন্ধবাচক সংজ্ঞা বা বিশেষণ সিদ্ধ হয়। এই প্রত্যয়ান্ত বেচিভাগ শব্দই তৎসম বা অর্ধ-তৎসম। | প্ৰথম খৰা: যেনে, ভগৱন্ত (স, ভগৱান্ glorious, illustrious, a deity) from ভগ (attributes, virtue); ভাগ্যৱন্ত (স, ভাগ্যৱান্ fortunate), স্ত্রী, ভাগ্যৱতী from ভাগ্য (fortune, luck); মান্যৱন্ত ( স. মান্যৱান্ respectable), স্ত্রী, মান্যৱতী from মা ( respect); গুণ (স গুণবান meritorious ), স্ত্রী, গুণৱতী from গুণ (merit); পুণ্যবান্ (wirtuous) from পুণ্য (virtue); ইত্যাদি। এই প্রত্যয়ান্ত কিছুমান শব্দ সচৰাচৰ স্ত্রীলিঙ্গত হে ব্যৱহৃত হয় ; যেনে, লাজী (স. লজ্জাৱতী a bashful woman); ফুলন্তী (স, ফুল্লৱতী (?) a woman expert in weaving omamental work); ৰূপন্তী ( স. ৰূপৱতী beautiful woman); খােড়ী , খােৰতী (a lame woman) from স খােড়, খােৰ বা খােল ( lame); খীৰতী (স. কীৰৱতী milch); লাহতী (স. লাসৱতী a graceful woman) from লাহ (decoration ), স, লাল (dancing); পাহতী (স. পাশৱতী a woman having luxuriant hair) from পাহ (border hair), স, পাশঃ (cf. কেশ- পাশ); নামতী (a woman opert in singing song (স, নামৱতী) from নাম (song); ইত্যাদি।