পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• প্রাকৃত ‘উন্ন' প্রত্যয় (হেমচ, ২০১৬৩: ৪৪৪৮)। যেনে, স. আন্ (self), প্রা. অল্প, অ. আপুন। উল্ল প্রত্যয়ৰ পাচত আর্থিক ‘অ’ প্রত্যয় যােগ কৰিলে উন্ন=উল্লা হয় আৰু ‘ল’ লােপ হলে ‘উলা হয়। ‘ল’ৰ ঠাইত ৰ’ আৰু উৰ ঠাইত ‘ও’ হলে ‘উৰা আৰু ৰা হয় (৪১৩২।১৫৫)। প্রাকৃত স্বার্থে উন্ন' প্রত্যয় হয় বুলি ওপৰত কোৱা হৈছে (৪৪৩৫)। যেনে, স, মুখ (mouth), প্রা. মুহুল্লম, অ, মােকোৰা। ইল্প’ প্রত্যয় পালিতে আছে (কাচ্চা, ১২৭৯); যেনে পা, তুলি (having a large snout) from (a snout)=অ, ধােন্দোল। অষ্টম বিধ ৪৫১। সা. লি. । পুল্লিঙ্গ স্ত্রীলিঙ্গ ১। এলা এলা এলী ২। এ এৰা এবী এই প্রত্যয়য়া বাস্তৱিকে স্বার্ধিক। কিন্তু প্রাকৃতত তাত হােৱা অর্থতত এই প্রত্যয়ৰ ব্যৱহাৰ হয় বুলি আকৌ ইয়াত নিকিওৱা হল। এই প্রত্যয়ৰ যােগত সম্বন্ধ • বিশেষণ সিদ্ধ হয়। প্রথম ধৰা: যেনে, গেলাে (pot-bellied) from গে, স, গােণ্ড ( fleshy navel); গেন্ধেলা (bad : it having bad smell) from গন্ধ (smell); গেঁঠেল। (hardened & unripe) from গাঁঠি (a knot); ফেদেলা (filthy, dirty) from ফেদা (dirt); মেদেলা (fat, corpulent) from মেদ ( fat); ইত্যাদি। দ্বিতীয় বৰা: যেনে, লেতেৰা (dirty) from লাট (tattered clothes), স, লাটঃ (old or shabby clothes); হেকে (oblique, crooked) from হেকা (bent); পেনে (whimpering) from পেন (a whimper); লেহেৰা ( ineficient) from লাহ (wanton sport) ; ইত্যাদি। ৪৫২। মুল (Derivation) এই প্রত্যয়ৰ মূল প্রাকৃত ইল্ল’ প্রত্যয়। তাৰ পাচত আর্থিক অ যােগ হলে ‘ইন্না আৰু ‘ল’ৰ লােপ হলে আৰু ‘ই’ৰ ঠাইত ‘এ’ হলে এলা’