পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত ৪১১ দ্বিতীয় থ: যেনে, হনুমন্ত (স., হনুমান্ a well-known ape of the Ramayana): ছিৰীমন্ত, শ্ৰীমন্ত, মান (স. এমা healthy, prosperous ), স্ত্রী, জামতী; যশােমন্ত (স, যশখি famous, illustrious ), স্ত্রী, যশােমতী from যশ (fame); কাচনমতী (স্ত্রী. স. কাঞ্চনৱতী a golden or beautiful woman); ইত্যাদি। তৃতীয় থৰা : যেনে, সেৱাইত (votary) from সেৱা (worship); ডকাইত (robber) from ডকা (robbery); গভাইত (confirmed, as a thief) from গৱ (pride; cf. হেমচ. ২১৫৯) or গভ (search); পঞ্চাইত (willage arbitration assembly) from পঞ্চ (five); লিঙ্গাইত (worshipper of Siva-linga) from লিঙ্গ (male gan of generation); অঘাইত (very great) from আগ (foremost ), স, অগ্ৰৱন্ ইত্যাদি। ৪৫৪। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় বৎ আৰু মৎ। বৈদিক যুগত এই প্রত্যয় বস্ত’ আৰু মন্ত’ আছিল আৰু সংজ্ঞা শব্দৰ পৰা সম্বন্ধবাচক বিশেষণ উলিয়াবলৈ ইয়াৰ ব্যৱহাৰ হৈছিল। যেনে, বৈদিক অশ্বৱন্ত (owning horses ), সখিৱন্ত ( having friends ), বিষ্ণুৱন্ত (accompanied by Vishnoo), ৰােমণৱন্ত (hairy), পয়সূৱস্ত (containing milk ), অশনিমন্ত (possessing the thunder-bolt), গােমন্ত (rich in cows), চক্ষুমন্ত (possessed of eyes)। সংস্কৃততে কেতিয়াবা (বিশেষকৈ বহুবচনত) বন্ত আৰু মন্ত হৈছিল। বৈদিকৰ দৰে প্রাকৃতত প্রায় সদাই ৰংতত আৰু মংতত প্রত্যয় হৈছিল (হেমচ, ২১৫৯; বৰ, ৪২৫)। যেনে, প্রাকৃত হনুমংততা (স. হনুমান্ ), জীৱণমংতত (স. জীৱনৰান্ having life); সিমিংতত (স. প্রমান healthy), ধণৱংতত (স, ধনবান্ rich), ভত্তিৱতত (স, ভক্তিমান pious)। সংস্কৃত প্রথমাৰ একবচনত ৰা আৰু মা হয়। উভয় বিধ প্রত্যয় অসমীয়াত ৰক্ষিত হৈছে। স্ত্রীলিঙ্গত সংস্কৃতত এই প্রত্যয় ১। Macd. vedic Gramm : ১৮২২