পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সপ্তম বিধ | ৪৪৯। সা. লি. । পুলিশ স্ত্রীলিঙ্গ উল ২। লা ৩। উনা ৪। ও সম্বন্ধবাচক বিশেষ্য বা বিশেষণ উলিয়াবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। | প্ৰথম আৰু দ্বিতীয় ধৰা: যেনে, খহুলা (affected with itch) from বহু (an itch, a pustule), স্ত্রী, বহুলী; ঠেহুলা (sulky) from ঠেহ (sullenness), স্ত্রী, ঠেলী ; পেটুলা (pot-bellied) from পেট (belly), খ্রী. পেটুলী; জুটুল (short and curly as hair, stunted) from জট (mat, tangle), স্ত্রী, জুটুলী; ধোদোলা ( hollow) from খােল (big hole in the centre), স্ত্রী ধুন্দুলী; গােমােলা (dark as cloud) from গােমা (dark); ফোপােলা, ফোফোলা ( hollow) from ফোপ, ফোফ (a hole); গুৰুলা (reduced to powder or pulp) from গুৰা। (powder); ইত্যাদি। তৃতীয় আৰু চতুর্থ থা: যেনে, মুজুৰা (weak and stunted in growth) from মুজা (closed or bent); টোটোৰ ( shrivelled up, contracted) from টুটা (contracted ), স, টোট (small, little); ঢাকো, ঢোকো (the shell of an egg; a scab) from চুকা (?), স, শম্ (part, rind, the scab of a fish); সােপােৰা (wrinkled, shrvelled) from সােপা (a mass); মােকাৰা (a large mouthful) from মুখ (mouth); কিন্তু মােখােৰা (a muzzle for bullock) from স. মুখৰি (the bit of a bridle); ইত্যাদি। ৪৫। মূল (Darivation) এই প্রত্যয় বাস্তৱিকে আর্থিক আৰু ইয়াৰ আলােচনা ওপৰত (৪৪৪৩৪৪৩৫) কৰা হৈছে। কিন্তু তাৰ এই ভাব এই অর্থতত ইয়াৰ ব্যৱহাৰ হয় বুলি আকৌ এই প্রত্যয়ৰ উল্লেখ কৰা হল। এই প্রত্যয়ৰ মূল