পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ অসমীয়া ব্যাকৰণ আৰু ভাষাভ গপ; সাল (juicy) from স; জটাল (having matted hair or branching horn) from জট; তেজাল (powerful, strong) from তে; ফোটাল ( having a mole or spot on the forehead) from ফোট; কোবাল (strong, powerful) from কোব; ধাৰাল (shap) from ধাৰ; পেটাল (big-bellied) from পেট; মুখাল (chief, spokesman) from মুখ; গাৱাল (copulent) from গা, গাৱ ; গছাল (high as a tree) from গছ; খােন্দাল ( hollow) from খােল (a big hole); খঙ্গাল (angry) from খং ( ছুটিয়া, খং, গাৰৰ খাওনাঙা = anger); ইত্যাদি। স্ত্রীলিঙ্গগপালী, কোবালী, পেটালী (?) (cf. পেটুলা, পেটুলী); ইত্যাদি। | দ্বিতীয় থ: এই প্রত্যয়াে সংজ্ঞা-শব্দৰ পাচত যােগ হলে বিশেষণ ওলায়। যেনে, ভােগালি, (৩) (enjoyable, festive) from ভােগ (enjoyment); জোনালী (illuminated) from জোন ( moon); ৰজালি, (-) (ft for play, sportive) from ৰ (sport); সােণালী, সােপােৱালী (glided, golden) from সােণ (gold ); ৰূপালী, রূপােৱালী (silvern, made of silver) from ৰূপ ; মাজালী (central, midmost) from মা (middle); ইত্যাদি। | তৃতীয় থ: ইও বিশেষণ সিদ্ধ কৰে। যেনে, কাঠিয়াল (skilful) from কাঠ (wood); হাবিয়াল (iving in, or belonging to, a jungle) from হাবি; সাহিয়াল (brave, courageous ), from সাহ; চাপৰিয়াল (living in a chapari), from চাপৰি; মৰমিয়াল (kind, affectionate) from মৰম (affection); ৰঙ্গিয়াল (sportive, red) from ৰঙ; গীয়াল (intoxicating) from ৰাগী (intoxication); ফাটকিয়াল (prisoner) from ফাটক (prison); নদীয়াল (fisherman) from নদী (river ); হিয়াল (frugal, sparing) fom নাহি (beginning, saving); ইত্যাদি। ইয়াৰ পৰা দেখা যাব যে সংজ্ঞা-শও হয়। প্রীলি-হাবিয়ানী, চাপৰিয়ালনী; ইত্যাদি। চতুর্থ থ: ইও বিশেষণ গঠিত কৰে। যেনে ভিতৰুৱাল (internal) from ভিতৰ (interior ); ৰঙ্গুৱাল (sportive) from ৰঙ (sport);