পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৪৩ স, যৌৱন (youth), . জোৱণ; স. দৌৱাৰিক; (doorkeepe), প্রা. দুৱাৰিও, অ, দুৱাৰী; সৌণিক (goldsmith), . সুখিও, . বণিয়া। অসমীয়াত হয় ($ ১৩৭), যেনে, পুৰুষীয়া (relating to purusa or generation), স. পৌষিক; কুলীয়া ( belonging to a family or caste), স. কৌলিক; ঢুলীয়া (drummer), স. ঢৌলিক (?); সুখীয়া ( happy ), স. সৌখিক; যুটীয়া ( joint), স. যৌখিকঃ ; যােজনীয়া (of the distance of a যােজন), স. যৌনিকঃ; মুহুৰ্ত্তীয়া (momen- tary), স. মৌহুৰ্তিক; উপসর্গীয়া (portentious ), স, ঔপসর্গিক; উপবাসীয়া (ft for fasting), স. ঔপসিক; ইত্যাদি। সংস্কৃত শৰণ, নৱমালিকা আদি শব্দৰ অৰ ঠাইত প্রাকৃতত ওকাৰ হয় (কাত্যা, ১৭)। যেনে, স. লৱণ (common salt ), প্রাকৃত লােণং। আকাৰৰ ঠাইত অকাৰ হয় বুলি আগেয়ে কোৱা হৈছে। এতেকে, স. লাৱণিক -এ. লােণীঅ =অ, লুণীয়া। আলী পঞ্চম বিশ্ব ৪৪৫। সা. লি. পুল্লিঙ্গ স্ত্রীলিঙ্গ ১। আল আল আলী ২। আলি, আলি, আলী ল ৪। উল উৱাল ৫। ওৱা, এল, এবাণী, ওৱালী ওরাণী সচৰাচৰ সম্বন্ধবাচক বিশেষণ সিদ্ধ কৰিবলৈ এইবিলাক প্রত্যয়ৰ ব্যৱহাৰ হয়। প্রথম আৰু দ্বিতীয় থৰা হ্রস্ব আৰু তৃতীয়, চতুর্থ আৰু পঞ্চম বৰা | দীর্ঘ। স্ত্রীলিঙ্গ প্রত্যয় প্রায়ে কাল্পনিক। কদাচিত হে ব্যৱহৃত । প্রথম থৰা: সংজ্ঞা শব্দৰ পাচত এই প্রত্যয় যােগ হলে বিশেষ হয়। যেনে, দর্পাল (proud, arogant) from দর্প; গপাল (proud) from | 34।