পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৪১ স, হালিক (ploughman), প্রা, হলিও, হালিও (হেমচ, ১৯৬৭), অ. হালােৱা ; স. কাংসিক (made of bell-metal, plate), প্রা. কংসিও, অ, কাহী; স. বাংশিক (bamboo-cutter, fute-player), প্রা. সিও (হেমচ, ১৭০), অ, বাঁহীয়া (?): স দৌৱাৰিকঃ (door-keeper ), দুৱাৰিও, অ. দুৱাৰী, দুৱৰী; স, সৌৱৰ্শিক (goldsmith), প্রা. সুপ্রিও (হেমচ, ১১৬০), অ, বণিয়া ; স. বর্তীকা, বর্তিকা (wick of a lamp), প্রা. আি , অ, বতীয়া; স. টাকঃ (a string). প্রা. টিও, অ বটীয়া (a thread to be pushed into a needle); স, কার্তিক (relating to কৃত্তিকা), প্রা. কত্তিও (হেমচ, ২৩• ), অ. কাতীয় (d. স. কার্তিকেয়ঃ, প্রা. কটিএও-কাত্যা, ৪৮)। তাৰ লগত স্বাকি ‘অ- প্রত্যয় যােগ কৰিলে ইঅঅ (ইঅও) হয়। ‘ক’-প্রত্যয় যােগ হলে প্রাকৃত তাৰ পূৱৰ বিকল্পে দীর্ঘ হয়। এতেকে প্রাকৃতিক ভাষাত ইঅঅঅঅ= ঈয়া হয়। স্ত্রীলিঙ্গত সংস্কৃত তদ্ধিত ‘ইকা’-প্রত্যয় প্রাকৃতত ‘ইআ’ হয় (হেমচ, ১১১৭০)। যেনে, স. কলৰিকা (a hollow), প্রা. কলিআ (হেমচ, ২।৩৮); নৱমালিকা (a kind of jasmine ), প্রা. গােমালিআ (হেমচ, ১১৭০), অ, মুমলীয়া (newly born, youngest) বা নৱকলিকা (a woman newly married or one who has just attained puberty), প্রা. পােহলিআ (হেমচ, ১১৭০); স. চটকিকা (a spanow), প্রা, চডইয়া, অ, চৰাই; ইত্যাদি। এই ‘ই’ৰ পাচত তদ্ধিত ‘আনী' প্রত্যয় যােগ কৰিলে ইআনী ( =ইয়ানী) আৰু ইয়াৰ ঠাইত ‘ই’ কৰিলে ( ১১৭) ঈআনী ( =ঈয়ানী) হয়। ইকা’ৰ ঠাইত ‘ই’ বা ‘ঈ’ কৰিলে আৰু তাত সংস্কৃত ‘ইনী প্রত্যয় যােগ কৰিলে ঈনী প্রত্যয় পােৱা যায়। আৰু ‘ইনীৰ ‘ই’ৰ ঠাইত ‘উ’ কৰিলে ‘উনী হয় ($ ১২৭)। অনী প্রত্যয় সংস্কৃত ‘আনীৰ ৰূপান্তৰ ( ১২৬)। (ক) প্রাকৃতত কিছুমান শব্দৰ আদি আকাৰৰ ঠাইত বিকল্পে অকাৰ হয়। যেনে, স. কালক (black ), প্রা, কলও; স. হালিকঃ (ploughman), ১। see Hornle Comp. Gramm. $ 298 where Markendeya is quoted thus :-Ind. 19, 16 : “কে দীর্ঘো ৱা। ক-প্রত্যয়পৰে পূৱে দীর্ঘো বা কাৎ। (ie, “the vowel proceeding the suffix ক may optionally be long). Example:সাউপাকে, লাউণবে।