পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৩৯৯ উপাদান অর্থত-হাতী-তীয়া (made of, or smooth like, tusk ), | বাহ-পতীয়া (made of, or like, a bamboo-leaf ), চন্দনীয়া ( made of, or from, sandal wood ), ইত্যাদি। সাদৃশ্যার্থত,কপাহ-গুটীয়া ( resembling cotton-seed ), কুকুৰনেচীয়া ৰা কুকুৰ-লেজীয়া (lit. an animal having a tail resembling that of a dog, leopard ), ইত্যাদি। অৱস্থা অর্থত,বৰ-কথীয়া (a bombast)—স্ত্রী, বৰকথীয়াণী, সুখীয়া | (happy), দুখীয়া (poor ), যুটীয়া (collected ), গুটীয়া (single), ' ইত্যাদি। যুক্তার্থত,তেলতেলীয়া (৪oaked in oil, from লে=oil ), কেশীয়া ( having abundant hair ), মঙ্গলীয়া (auspicious ), শহা-কণীয়া বা শহা-কাণীয়া (quick of hearing ), নিয়মীয়া ( moderate ), | কপালীয়া (fortunate ), ইত্যাদি। পৰিমাণ অর্থত,—যােজনীয়া, (of the length of a yojana), একঠীয় (of the capacity of a kaha of rice ), আঠুৱনীয়া ( knee deep), ইত্যাদি। সম্বন্ধাৰ্থত,-সমজীয়া, সমজুৱা ( present in an assembly), বাপতীয়া (paternal ), ইত্যাদি। কালাৰ্থত,মুহুতীয়া (momentary), চিৰকলীয়া (old, perpetual ), | দিনীয়া (daily ), ক্ষন্তেকীয়া (lasting for a moment ), বামহীয়া (lasting for 12 months ), ইত্যাদি। মূল্যার্থত,-পােণীয়া, পুণীয়া (of the value of a pon), টকীয়া (of the value of a Rupee), দুণীয়া (of the value of a don), ইত্যাদি। স্বার্থত-উত্তমীয়া (excellent), উদীয়া ( relating to stomach), উপমীয়া (of the nature of a simile), উপবাসীয়া (fasting), অলপীয়া ( small. little ), ইত্যাদি। তাত হােৱা অৰ্থত,—আঘােনীয়া (born in Aghon ), ফাগুণীয়া (born in Falgun ), পৰ্বতীয়া.( belonging to, or born in, a mountain, mountaineer), বিদেশীয়া (foreign ), ইত্যাদি।