পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (belonging to Kamrup) from কামৰূপ ; দামােদৰী (religion preached by Dev Damodar; a commentary of Damodar) from দামােদৰ; তেজী (powerful, forcible) from তেজ (power, blood); পিলী (brazen) from পিতল (brass); হাত-পাতী (made of elephant tusk) from হাতী-ত; বাঁহী ( it. made of bamboo: fute ) from বাহ (bamboo); ভাগী) ht. sharer; ansman) from ভাগ (a share); বঙ্গালী (belonging to, or coming from Bengal ), from, বাল; বিলাতী (pertainiug to Europe); ইত্যাশি। স্ত্রীলিঙ্গত-কামৰূপিণী, কামৰূপণী, কামৰূপেণী, : ভাগিয়ণী ; ইত্যাদি। | দ্বিতীয় বৰা: নানা অৰ্থত এই প্রত্যয়ৰ ব্যৱহাৰ হয়। যেনে, দিক অর্থত,-এঢলীয়া (slanting ), এফলীয়া (one-sided ), পশ্চিমীয়া ( western), ইত্যাদি। স্বভাৱ অৰ্থত-কপটীয়া (hypocritical ), কুচুটীয়া ( having grudge : or private ill-will )—স্ত্রী. কৃচুটীয়ানী, লুণীয়া ( salted ), লক্ষণীয়া (characteristic, indicatory), ইত্যাদি। ভাৱ অৰ্থত,অনুকূলীয়া ( favourable ), পুৰুষীয়া (relating to generation ), কুলীয়া (belonging to a cast, কুল= caste), ইত্যাদি। ব্যৱসায় অর্থত, কুঠৰীয়া (wood-cutter), কৰতীয়া (sawer ), খন্তীয়া (relating to a spade, cf. খন্তীয়া-বগ a bird having spade.shaped beak), দাণ্ডাগুটীয়া (one playing with a Dandagud or a ball ) খ্রী. দাণ্ডাগুটীয়ানী, বৰটোপীয়া বা বটুপীয়া (cannoneer)-স্ত্রী, বৰটোপীয়ানী, ইত্যাদি। ৱিকা অর্থত,—বেতনীয়া (salarled ), তেলীয়া ( oilman)—শ্রী তেলীয়ানী, বণিয়া (trader, from বণি)—স্ত্রী. বণিয়াণী, বাণীয়া, বণিয়া (goldsmith from স. সৌৱৰ্ণিক, প্রা. সুমিও—হেমচ, ১৯১৬), ঢুলীয়া (drummer)-স্ত্রী, ঢুলিয়াণী, কালীয়া (ffer) শ্ৰী, কালীয়ানী, আঠপৰীয়া (a whole-time attendant in a temple), ইত্যাদি।