পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৭ তদ্ধিত ১১৭০)। অসমীয়াত স্বৰবিকৃতিৰ নিয়মে ‘ই’ ঈ’ৰ ঠাইত ‘উ’, ‘উ’ বা ‘ও’ হয় (১২৭)। সেই নিয়মে প্রাকৃত ‘ই’ৰ ঠাইত অসমীয়াত ‘উঅ আৰু প্রাকৃত ‘ইআ’ৰ ঠাইত অসমীয়াত ‘উআ’ হয়। অসমীয়াত অ আ আ লােপ হলে ‘উ থাকে। আৰু আর্থিক প্রত্যয় ক ( =অ) যােগ কৰিলে এই প্রত্যয় উঅঅ=উআ ( = উৱা) হয়। আকৌ অসমীয়াত ‘উ’, ‘উ’ৰ ঠাইত কেতিয়াবা ‘ও' হয় ($১৩২)। সেই নিয়মে ‘উ’ৰ ঠাইত ‘ও’ আৰু ‘উৱাৰ ঠাইত ‘ওৱা হয়। যেনে, হলােৱা (ploughman ), প্রা. হালিও (হেমচ, ১৬৭), স, হালিক; জালােৱা (fisherman, fowler), প্রা. জালিও, স, জালিক; সমজুৱা, সমাজু (members of an assembly), প্রা. সমাজিঅ (?), স, সমাজিকঃ ; সামাজিকঃ; আহৰু ( born in Asadha), প্রা. আসাঢ়িঅ (?), স, আষাঢ়িক; পর্বহু, প্ৰৱসুৱা (sojourner, traveller), প্রা. পাৱা, পসু (হেমচ, ১৪৪ ), স. প্ৰৱাসি; প্রা. পরাসুও, স. প্ৰৱাসিক; ইত্যাদি। সেইদৰে, ৰহাে (a graceful or charming woman) স. সিকা; লাহাে (a foppish woman), প্রা. লাসিআ, স, লাসিকা, লাস্যা; পাহাে (a woman having luxuriant hair), প্রা. পাসিআ, স, পাশিকা (cf. কেশপাশ); থুনু (a woman having large breasts ), প্রা. বণিআ (হেমচ, ১/৮৪; ৪৩৫৩, ৩৬৭), স, শুনিকা (?); ইত্যাদি। চতুর্থ বিধ ৪৪৩। সা. লিঙ্গ পুল্লিঙ্গ স্ত্রীলিঙ্গ ঈ ঈণী, এণী, ণী, অণী ২। ইয়া, ঈয়া ইয়া, ঈয়া ইয়াণী, ঈয়াণী, উণী সম্বন্ধ-বাচক বিশেষ্য বা বিশেষণ গঠিত কৰিবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। প্রথম ধৰা হ্রস্ব আৰু দ্বিতীয় থৰা দীর্ঘ। দ্বিতীয় থৰা প্রত্যয় যােগ হলে সাধাৰণতঃ শব্দৰ উপধা দীর্ঘ স্বৰ হ্রস্ব হয়। প্রথম থ: যেনে, কপটা (hypocrite) from কপট ( hypocrisy); তেলী (oilman) from তেল ( oil); কাহী (lit. made of bell metal; a plate (from কঁাহ ) bell-metal; গছী ( unthrashed as paddy) from গছ (tree); কাঠী (wooden ) from কাঠ ; কামৰূপী