পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব to slave) from দাশ (slave); জালে, জালােৱা(fisherman, fowler) from জাল (a net); হালােৱা (ploughman) from হাল (a plough); ইত্যাদি। | পঞ্চম থ: এই প্রত্যয় স্ত্রীলিঙ্গত চলে। যেনে, লাহে (a foppish woman) from লাহ (decoration of the body; it. dancing); হাে (a charming woman) from ৰহ, ৰস (taste, elegance, love, charm); পাহাে (a woman having abundance of hair or cropped edged hair) from পাহ, পাশ (edge or abundance, cf. স. কেশপাশ); বগাে, বগী (a fair woman; a white cow) from বগা (white colour); থুনু (a woman having large breasts) from ধন, প্রা. ঠণ (cf. খনকোব a disease of the breasts) স. গুনঃ (female breasts ); ৰূপপ (a beautiful woman) from ৰূপ (beauty); থগাে (a woman having handsome from) form থগ ( shape, beauty, form ); দিনে (a woman born in daytime) from দিন ( day); ইত্যাদি। ৪৪২। মুল (Derivation) দেখা মাত্রেই এই প্রত্যয়ৰ মূল সংস্কৃত উক (উক) বুলি ভ্রম হয়। এনে ভাবিব পাৰি যে সংস্কৃতৰ কিছুমান কাল্পনিক আকৃতিবিশিষ্ট শব্দ (hypothe tical form)—যেনে, আলসুক, প্ৰৱাসুক, ভক্তক, ভঙ্গুক, আষাঢ়ক, ভক, মঙ্গলুক, মাঘুক, কেশুক, দক, বলুক, হালুক, মেঘুক, লাসুক, বসুক, পাশুক, শুনুক আদিৰ পৰা এই শব্দবিলাক উত্ প্রত্যয় যােগত সিদ্ধ হৈছে। অৱশ্যে এইটো স্বীকার্য যে কথ্য সংস্কৃতত এনে কাল্পনিক আকৃতি থকা অসম্ভৱ নহয়। কিন্তু উ’-প্রত্যয় কৃৎ আৰু ধাতুত হে যােগ হয়। এই প্রত্যয় আষাঢ়, ভাদ্র, মাঘ, হাল আদি সংজ্ঞা শব্দৰ পাচত তদ্ধিত ৰূপে ব্যৱহৃত হােৱা সম্ভৱপৰ নহয়। আকৌ সংস্কৃতত স্ত্রীপ্রত্যয় ‘উ কেৱল শ’ ( mother-in-law) শব্দত হে প্রয়ােগ হয় আৰু সিও নিপাতনে সিদ্ধ হয়। সেইদেখি এইবিলাক প্রত্যয়ৰ মূল সংস্কৃত উক’ বুলি ভাবিব নােৱাৰি। আমাৰ বােধে এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ‘ইক’। প্রাকৃতত ইক’ৰ ঠাইত ‘ই’ হয় (হমচ, ১৬৭, ৭০, ১৬০ ) আৰু ‘ইকা’ৰ (স্ত্রীলিঙ্গ) ঠাইত ‘ই হয় (হেমচ,