পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব আৰু ঔকাৰৰ ঠাইত অউ, ও বা উ য় (বৰ, ১৪২-৪৫)। সেইদৰে অসমীয়াত ‘এ’, ‘ঐ’ঠাইত ঐ, ই, এ আৰু ‘ও’, ‘ঐ’ৰ ঠাইত ৪, উ, ও হয় ($৯৯১৩৪)। যেনে, বুনা (wild, born in a jungle) from , বণও (৫), স. বানক, অর্থাৎ অসমীয়া বুন+অ=বুনা ( $১২৪); শিলা (rocky, stony)=শিল+ অ, প্রা. সেলাও, সেলও, স. শৈলক (rocky); প্রা. সেলা, সেলাে=স, শৈল (৪৯৯); পুহা (born in the month of Pausa ), প্রা, পউসও, পুসও, পউসাও, পু ও (?), স, পৌষক, পৌত্যাক (? from under the asterisk পু্যা) from পু্যা (a constellation); চৈতা (born in the month of caitra ), প্রা, চইত্তও, স. চৈত্রক ($৯৯) from চিত্রা (an asterism); জঙ্গলা (wild, belonging to the forest), প্রা, জঙ্গলও, স. জাঙ্গলক (belonging to jungle) from জঙ্গলম্ (a jungle)। তৃতীয় বিধ ৪১৩। সা. লি.। স্ত্রীলিঙ্গ নী, আণী, উনী, ই ২। উৱা আনী, উলী, উৱানী আলী, উনী, উ ৪। ওরা। আনী, উলী উৱানী ৫। - এই প্রত্যয়বিলাক সম্বন্ধবাচক সংজ্ঞা বা বিশেষণ সিদ্ধ কৰিবলৈ প্রাতি- পদিকৰ পাচত যােগ কৰা হয়। প্রথম, তৃতীয় আৰু পঞ্চম থৰা হ্রস্ব আৰু সাধাৰণতঃ সম্বন্ধবাচক সংজ্ঞা উলিয়াবলৈ ব্যৱহৃত হয়। দ্বিতীয় আৰু চতুর্থ থৰা দীর্ঘ আৰু ইসৱে সম্বন্ধবাচক বা তাত হােৱা অৰ্থৰ বিশেষণ বা সংজ্ঞা গঠিত কৰে। প্ৰথম বৰা কেৱল স্ত্রীলিঙ্গত ব্যৱহৃত হয়। প্ৰম আৰু দ্বিতীয় থ: আলহ (a sluggard ), এলেহুৱা, আলগীয়া ( idle) from আলাহ, এলাহ (idleness); পর্বহ (a sojourner, traveller), প্ৰৱসুৱা (one journeying abroad, absent from home) from প্রবাস, পৰ্বাহ (journey abroad); ভাজু (one having a bemd),