পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কৰে। ওপৰত দিয়া বহুত পুল্লিল আৰু স্ত্রীলিঙ্গ শব্দ বর্তমান সাধাৰণ লিঙ্গ বৰূপে ব্যৱহৃত হয়। | (খ) সাধাৰণ তদ্ধিত। (Common secondary derivative suffixes ) ৪৩৭। তলত দিয়া দৰে অসমীয়া তদ্ধিত প্রত্যয় বিলাকৰ শ্ৰেণীবিভাগ কৰিব পাৰি। প্রথম বিশ্ব সা. লি পুল্লি স্ত্রীলিঙ্গ। নী, ইনি জাতি বুজালে বা কোনাে কাম কৰা বা জীৱিকা নির্বাহ কৰা বুজালে এই প্রত্যয় হয়। যেনে, ভাৰী (load-carrier) from ভাৰ (load ), স, ভাৰঃ (load ); দুৱাৰী, দুৱৰী (door-keeper) from দ্বাৰ, দুৱাৰ (door), স. দ্বাৰম্ ; সুখী ( happy) from সুখ ( happiness ), স. সুখ : দুখী (unhappy, poor) from দুখ (misery poverty), স. দুঃখ ; কাকতী (a writer, scribe) from কাকত (paper), ইচলা, কাগজ ; ভাগৱতী, ভাগতী (a reader of Bhagavata) from ভাগৱত (a Purana); কটকী ( ambassador) from কটক (a royal capital ), স, কটকঃ ; দেউৰী, দেৱৰী (an attendant in a temple; distributor of offerings) from দেৱৰ, দেওৰ (a temple ), স. দেৱগৃহ; ইত্যাদি। ৪৩৮। মুল (Derivation)। এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ইন্। প্রাকৃতত ‘ইন’ৰ ঠাইত ‘ই হয়। যেনে, হাতী (elephant), স্ত্রী, হাতিনী, প্রা. হখি, স, হস্তিন, হতী; তামূলী (one who prepares the Tambula, an attendant of the king's palace who holds the betel-tray to the king), শী, তামূলিনী, প্রা. তাম্বলী, স, ভাঙ্গুলি। সেইদৰে, বর্মী ( shield-bearer) from স. বৰ্মিন্; ভাৰী (load-carrier) from স. ভাৰি; দুৱৰী, দুৱাৰী (door keeper) from স. বাৰি, ইত্যাদি।