পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত দ্বিতীয় বিশ্ব ৪৩২। সা. লি. পুলিঙ্গ স্ত্রীলিঙ্গ আই না, আমি () এই প্রত্যয় কদাচিৎ হে ব্যৱহৃত হয়। অসমীয়াত স্ত্রীলিঙ্গ প্রত্যয় কেতিয়াবা পুল্লিতত ব্যৱহৃত হয়। যেনে, হামাহি, হামি (yawning ), স, হর্ষ; গৰা, গা, গাহ (a pit), প্রা. গল্ডাে, গড়া (হেমচ. ২৩৫), স, গর্ত, গর্তকঃ; ফোহা, ফোৰা (a boil), প্রা. ফোড়ও, স. ফোটকঃ ; ফিতাহি (ostentation), স. শীতকঃ (lit. swollen); ভেকাহি (loud threat) probably from স. বুন, বু ক (barking, yelping); ৰূপহ (having beauty ), স্ত্রী ৰূপহী, স, রূপকম্ ; ছলাহী (deceitful cheating), স. ছলকম; কেৰাহি (oblique), স, কেকৰক (squint- eye); ইত্যাদি। ৪৩৩। মুল (Derivation) প্রথম বিধৰ দৰে এই প্রত্যয়ৰৰ মূল সংস্কৃত স্বাৰ্থিক প্রত্যয় ক'। প্রাকৃত ‘ক’ৰ ঠাইত ‘অ’ হয় আৰু কেতিয়াবা ‘অ’ বা ‘’ৰ ঠাইত ‘হ’ হয়। যেনে, স, ছায়া (shade, shadow), প্রা. ছাহা, দুআ, ছাহী, অস, হ, ছায়া, ছাই, ছয়া। প্রাকৃতত কেতিয়াবা ‘ক’ৰ ঠাইত ‘ই’ হয়; যেনে স, ফটিক (crystal), প্রা. ফলিহহ, অস, ফটিয়া (cf. ফটফটিয়া crystal-like); স, নিকঃ (a touch-stone), প্রা. ণিহসং; স, চিকুৰ (hair of the head), প্রা. চিহুৰৰ; স, শীকৰম্ (the Sarala tree), প্রা, সীহৰং ( কাত্যায়ন, ২৬)। এইদৰে আৰ্থিক ‘ক’ৰ ঠাইত অসমীয়া ‘হ’ হৈছে। ডবল ‘ক’ যােগ হলে প্রাকৃতত অঅ, অক আৰু অসমীয়াত অহ, আহ, বা আহা হয়। ১। ছায়ায়াং হ. বৰ, ২১৮ ২। “ফটিক-নিক-চিকুৰে কন্য হঃ”, বৰ, ২৪