পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰ আৰু ভাষাতত্ত্ব পুলি ৪৩৪। সা. লি. ১। অ, অৰি ২। অল, অলি ৩। , ই, এ, ই, ঈ, এল, স্ত্রীলিঙ্গ অৰী, জৰি, অৰ অলী, জলি। ইলি, ইশী, দলী, এলী, ৰী, ৰী, এবী। উলী, উলী, ওলী, | উৰী, উৰী, ৰী ৪। উল, উল, ওল, উ, ঊ, ও ৫। অন উল, উল, লা, উ, ঊ, ওনা। ( ) | (নী) | প্ৰথম থ: এই প্রত্যয় সংজ্ঞা শব্দ বা বিশেষণৰ পাচত যােগ হয়। যেনে, মত (pronunciation, mixed speech; cf. বাৰ-মত mixed speech) from মাত (sound speech), স, মন্ত্র (speech), cf. এ মন্তিদা=স, মন্ত্রিত (said, spoken, হেমচ, ৪২৬০ ); চকৰ (a round spot on the body) from চকু (a round thing like a wheel; ৫. গাৰ-চক-round end of a pillow; চক-ঢাৰিround mat), এ. চম, স, চম্ (the wheel of a carriage, a circle, a ring); চকৰি (a smal wheel), cf. বৈ, চক্ষী (wheel, স্ত্রীলিঙ্গ, Macd. v. G. $100); চকৰা (a male silk-moth পু), চকৰী (a female silk-moth, স্ত্রী.); বনৰী (an unchaste woman) from স. বনম্ (a forest); দমৰা, দাম (a bull-calf) from প্রা. দন্মা, স. দম্য (a young bullock); দামৰি (ৰী), দামুৰি (ৰী) (a calf; ht. a cow-calf, স্ত্রী.); জট (a male deer with branching homs) from জট (tangle), স, জটা (a branch); কালৰী (a deaf woman, খ্রী) from কলা (deaf), স কর (deaf); লাহৰি, লাহৰী (graceful r lovely woman, ঘ.) from লাহ, স, লাস (decoration of the body); না , নাও (a boat-shaped trough placed between two eaves to carry of rain-water)