৩৭০ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (sight ), প্রা. দিঠী ; স. ঋদ্ধি (prosperity, welfare ), প্রা. ৰিদ্ধি ; স, বৃত্তি (profession), প্রা. ৱিত্তী (হেমচ, ১১২৮)। তি’ৰ ‘ই’ কেতিয়াবা লােপ হয় আৰু কেতিয়াবা দীর্ঘ হয়। সােপ হলে উচ্চাৰণৰ সুবিধাৰ কাৰণে তাৰ আগত ‘অ’ যােগ কৰা হয়। ইয়াৰ পৰা অসমীয়া তি (৭) আৰু অৎ পােৱা যায়। অতি আৰু অতীৰ অ উচ্চাৰণৰ কর্কশতা গুচাবলৈ যােগ পঞ্চম বিধ ৪১৯। সা. লি. পুল্লি । স্ত্রীলিঙ্গ | ঈ বা ই কোনাে কাম কৰা বা হােৱা বুজাবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। যেনে, হঁহা বা হাঁহা (laughing, সা. লি.), হাঁহি (laughter স্ত্রী.), from হাঁহ, (to laugh); চুটি (short ), from স. চুই বা চুট্ট (to become small); ফালা (splitting ), ফালি (a torn piece of cloth wrapped round the head as ribbon, স্ত্রী:), from ফাল (to split ); ওকোলা (spitting ), ওকালি (spitting স্ত্রী.), from ওকাল ( to spit out); চুৰ ( theft ), চুৰি (theft, স্ত্রী.), from চু, (স, চুৰ, to steal to rob); মােকোলা (letting loose), মুকলি (act of making free, unrestrained), from মােকাল (to let loose); খেলা (play ), খেড়ি (পু, অ. play ), from খেল (to play); বাজি (instrumental music) from বাজ, (to sound ); ইত্যাদি। অসমীয়া ইকাৰান্ত শব্দবিলাক বর্তমান স্ত্রীলিঙ্গত নহয়, ক্লীবলিঙ্গত হে ব্যৱহৃত হয়। ৪২০। মুল ( Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত কৃৎ অ (অচ) প্রত্যয়। সংস্কৃতত এই অ প্রত্যয় পুল্লিত অঃ আৰু স্ত্রীলিঙ্গত আ হয়, বা আর্থিক ‘ক’ প্রত্যয় যােগ পুলিঙ্গত অকঃ আৰু স্ত্রীলিঙ্গত ইকা হয়। প্রাকৃতত এই প্রত্যয় পুলিঙ্গত ও, অও আৰু শ্ৰীলিত আ, ইআ হয় (হেমচ, ১৩৭, ১১৭৭)। তাৰ পৰা অসমীয়াত পুলিঙ্গত ‘আ’ আৰু শ্ৰীলিত ই, ঈ' আৰু সাধাৰণ লিত ‘অ বা ‘আ’ হয় (৪৪ ১১৬১১৭)। যেনে স, হস (to laugh),
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৮
অৱয়ব