পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কং-এত্যয় শেষৰ কালত তব্য-প্রত্যয়ৰ কৰ্মবাচ্যৰ ভাৰ তেনেই সােপ হল আৰু ই কর্তৃবাচ্যৰ ভাব প্রকাশ কৰিব ধৰিলে। প্রাকৃতিক ভাষাত অপভ্রংশৰ ৰাধিক প্রত্যয় ‘অঅঅ' আৰু 'অড় যােগ হােৱাৰ কাৰণে ই কর্তৃবাচ্যৰ প্ৰত্যয় বুলি গণ্য হল। অপভ্রংশৰ ‘অঅঅ (অঅউ )-ৰ ঠাইত প্রাকৃতিক ভাষাত প্রয়া আৰু অড়হ (অড়উ)-ৰ ঠাইত অৰা হল। যেনে অপভ্রংশ—খেলে অড়উ=অস—খেলা (player)। চতুর্থ বিষ ৪৭। সা. লি.। ১। অত, অভি, অতী বা তি | এই প্রত্যয় কর্ম-সংজ্ঞা (noun of action) বা গুণবাচক বিশেষ্য গঠিত কৰিবৰ কাৰণে ব্যৱহৃত হয়। যেনে, বাড়তি (-), from বাঢ়, (to increase, as water); বসৎ বা বসতি (G) (dewlling, settlement), from বস্ (to dwell, to settle); চলতি (use), from চল (to move, to prevail); অলতি বা জলতি (shining), from এল (to shine); খজুৱতি, খতি (itch), from খজুৱা (to itch স. বর্জ); ঘাটু (1) বা ঘাতি, ঘাটি (shortage), from ঘাটু (to decrease); মাঝি (-তী) (consent, agreement), from মা (to agree, to respect); গস্তি (counting, enumeration), from গণ (to count); ভৰৎ, ভর্তি (state of being full ), from ভৰ, (to fin); ঘুমতি (sleep), from ঘুমা (to sleep); সিচৰতি (scattering), from সিচৰ, বা সিচ (to scatter); ফিং বা ফিতি (return), from ফি (to turn back); ইত্যাদি। ১৮। মুল (Derivation) এই প্রত্যয় বাতৰিকে স্ত্রীলিঙ্গৰ সংজ্ঞা উলিয়াবলৈ ব্যৱহৃত হয়। ইয়াৰ মূল সংস্কৃত কৃৎ ‘তি (ন্)ি । ই প্রাকৃতভাে ‘তি হয়। যেনে, স. দৃষ্টি ১। Homle: Comp. Gramm. ৪i, ২। বই (itching) সং শব্দ হলে, তি প্রত্যয় ততি ($ ৪৭৩)। ৩। হেমকোষৰ বানান [মটি”। বুম (sleep) সং হলে অতি বা তি প্রত্যয় ততি (৪ ৪৭৩)। ৪।