পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰ আৰু তাত জয় বি; যেনে, লেখা (writer), যী, লেখানী, লেখুনী, from লে, (to write); জিকা (conquere), এ. জিকানী, জিকুনী, from লিক (to conquer); জগৰ (riser), শ্রী জগনী, জাগুনী, from জাগ, (to rise, to awake); লুকা (hide), যী, সুকানী, লুকাউনী, from লুকা (to hide); ভেটাক, ভেট (interviewer ), স্ত্রী, ভোনী, ভেটুনী, from ভেট (to meet); (warrior, fighter), এী খুঁ নী , ধুনী , from যু, (to fight); খেলা (playe), স্ত্রী, | খেলানী, খেলুনী, from খেল (to play); বাগ (role), খ্রী. বাৰী, from বাগৰ (to roll); ইত্যাদি। সু কি যেনে, কালু, কদু (cele), স্ত্রী, কান্দুৰী, from কা, (to cy); হাও, হও (dyspeptic), স্ত্রী, হাগুৰী, from হাগ, (to pass stool); মুতু (one passing excessive urine), বী, মূতুৰী, মূহুনী, from মূত্ (to make water); পুটু (plunderer, hence covetous, greedy), স্ত্রী লুটুৰী, from লুটু (to plunder); ইত্যাদি। ৪১৬। মূল (Derivation) এই প্রত্যয়ৰাশিৰ মূল সংস্কৃত কৃৎ ‘তব্য’+খার্থিক-প্রত্যয় ‘ইয়া’, ‘অৰ আৰু অৰা। সংস্কৃত অব্য প্রত্যয় প্রাকৃতত এবং বা ইঅং আৰু অপভ্রংশত এবং, এব বা ইবং হয় আৰু প্রাকৃতিক ভাষাত অৱ, আর বা ই হয় (৪৪ ৩৫৫া আৰু ৩৮৫)। এই অৱ বা আৱৰ পাচত আর্থিক প্রত্যয় ইয়া, অৰ’ বা ‘অ (৪৪৩৪৪৩) যােগ কৰিলে এই প্রত্যয়বিলাক পােৱা যায়। যেনে, অ+আ=াৱাৰ আর+অ+ইয়া=আৱৰীয়া অ+অ+ইয়া=অৱৰীয়া অৱৰীয়া=অৰীয়া (অৱ, শােপ) অ+অ= (কা লােগ আৰুৰ ঠাইত উ, ১৬৭)=উবা লা+অ= =া ( লােগ)আৰু