পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কংপ্রত্যয় হেমচ, ৪৩৩৩)। এইদৰে প্ৰাকৃত অঈআ অসমীয়াত ‘অইয়’ বা ‘ঐয়া হৈছে; যেনে, পালৈয়া, দমৈয়া, নমৈয়া, গঢ়য়া, চৈয়া, হাবৈয়া। আকৌ তৃ প্রত্যয় হলে সংস্কৃতত ধাতুৰ আগত ই বােগ হয়। যেনে, সংস্কৃত চলি (চলিতা mover) from vচল; মাৰি (মাৰিতা, beat) from মৃ বা মাৰ; খাদি (খাদিতা, cate) from vখা; ইত্যাদি। ওপৰৰ নিয়মে সংস্কৃত ‘ইতৃৰ ঠাইত প্রাকৃতত ঈসা হয় (হেমচ, ৩৪৬)। তাৰ পৰা অসমীয়া ঈয়া হৈছে। যেনে, স. : চটকিকা-মাৰিতা=প্রা, চড়ইআ-মাৰিআ=জ, চৰাই-মৰীয়া। প্রাকৃততে তৃৰ ঠাইত ‘উ হয়। তাৰ পিচত নী (অনী) যােগ হলে অসমীয়াত লিঙ্গে উনী হয়। নহলে ‘অ’ৰ ৰূপান্তৰ উ। ৪১৫। সা. লি. ১। অৱৰ | ২। অৰীয়া, অৰা ৩। আৰু অৰু ৪। উ তৃতীয় বিশ্ব পুলি আৱৰী অৱৰীয়া অৰয়া আৰু অৰু শ্রীলি আৱৰীয়াৰ, অৱৰীয়াণী অবয়ানী উন, অনী, নী প্ৰথম আৰু দ্বিতীয় বিশ্ব প্রত্যয় একে অর্থাৎ ‘অৰীয়া’ ( ৬৫ দেখা)। এই প্রত্যয়বিলাকো অভ্যাসৰ কাম-কৰোতা (habitual noun of agency) বুজাবলৈ ব্যৱহৃত হয়। যেনে- | প্রথম বিশ্ব : সাধাৰণতঃ অকাৰান্ত ধাতুৰ পাচত এই প্রত্যয় হয়; যেনে, খাৱৰীয়া (eater, gutton), যী, খাৱৰীয়ানী, from ৰা (to eat), সা. লি. খােৱাৰ ; লৱৰীয়া (taker), স্ত্রী, লৱৰীয়ানী from = (to take); ইত্যাদি। দ্বিতীয় বিব। যেনে, পাৰীয়া (abscondar, পলৰয়ানী, from পলা (to face, to abacond); খেলৰীয়া (gamblr), যী, বেলীয়ানী, from খেল (to play, to gamble); দুবৰীয়া (dva), যী, বৰীয়ানী, from ডুব (to sink); ইত্যাদি।