পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাভ। প্রথম বিধ : এই প্রত্যয় ক্রিয়া-কর্তা (noun of agency) গঠিত কৰিবলৈ ব্যৱহৃত হয়; যেনে, বৈয়া (he cabu, glutton), এ- খাবয়নী, খানী, খাজনী, son (to eat); ছায়া (thatcher), খ্রী.-ছানী , ছাউনী (hence, encampment), from (to thatch); ঢালৈয়া (poure), যী-ঢানী, ঢালুনী, from ঢাল (to pour); দাবৈয়া (reapes, cutter), এ.-দানী, দানী, from দা (to reap as paddy); ফালৈয়া (splitts), যী. কালুনী, কালনী, from ফাল (to split); উঠৈয়া (rider), খ্রী. উঠনী, উনী, from উঠ, (to ride); কৰৈয়া (doer), ঋী, কশ, কী; ইত্যাদি। দ্বিতীয় বিখ। এই প্রত্যয়য় ক্রিয়া-কর্তা (noun of agency) সিদ্ধ কৰিবলৈ ব্যবহৃত হয়। যেনে, পহাৰীয়া (hmte), যী. পহুমৰীয়ানী, from পহু মাৰ (to hunt); পালাঘৰীয়া (attendant in a temple), স্ত্রী. পালাঘৰীয়ানী, from পালাধৰ, (to serve in a temple); আলধৰা, আলখৰীয়া (attendant or servant of a Bhakat), স্ত্রী আলধীয়ানী from আলধ, (to attend); খৰিকটীয়া (wood-cutter), স্ত্রী, খৰিকটীয়ানী from খৰিকাই (to cut fire-wood); গােৰখীয়া (cowherd), ঘ.-গােৰখীয়ানী, rom গােৰাখ, (to tend cow); ইত্যাদি। ৪১৪। মুল (Divation) এই প্রত্যয়ৰ মূল সংস্কৃত কৃৎ তৃ (চ) বা আর্থিক প্রত্যয় ‘ক’ যােগত তৃক। প্রাকৃতত তৃ প্রত্যয়ৰ খৰ ঠাইত ৰা ৰা অৰা হয় (হেমচ, ৩৪৬) আৰু কেতিয়াবা উ হয় (হেমচ, ৩৪৪)। যেনে, স. মাতৃ (মাতা)=প্রা, মাআ, মা, মাআউ, মাও। এইদৰে আৰুতৰ মাজেদি সংস্কৃত ‘তৃ’ পৰা অসমীয়া আ ওলাইছে। আকৌ, শিচ, প্রত্যয়যুক্ত ধাতু পাচত তৃ প্রত্যয় হলে সংস্কৃতত তাৰ আগত ‘ই বােগ হয়। যেনে, পালয়িত্ব (support, পা), মল্পিতৃ (subdua, দন্), নময়ি (reverer, নম্), টয়িত্ব (one who accomplishes, ঘট, চয়িত্ব (compona, maker, চ, হাদয়ি (thatches, vহ), ইত্যাদি। প্রাকৃত এই নিয়মে ইবিলাক আকৃতিপালমা, মা, নমঈম, গড়া , না, যা হয় (d ৪ জয়িতা=এ. এ বা আ;