পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ), অনন্ত, (nowing ), বিভ্যৎ (fearing, ভী), দাশ (worshipping Vদাশ), শাসং (instructing, শা , দক্ষ, সৎ (burning, Vদহ) ইত্যাদি। কেতিয়াবা বৈদিক পুৰি আৰু স্ত্রীলিঙ্গতাে ক্রিয়া-কর্তা (noun of agency) বুজাবলৈ এই প্রত্যয় ব্যৱহাৰ হৈছিল। যেনে, বৃহৎ, অৱৎ (যী stream), ৱেহ (. barren cow), বাঘৎ (sacrifice, পু), সচৎ (pursun, from সচ, to accompany, পু)। কেতিয়াবা জীলিত এই প্রত্যয়ৰ পাচত ঈ হয়; যেনে, ভৱতী (being. যী), উচী (shining, খ্রী.), পুষ্যতী (obtainjng abundantly, যী); যী—অতী, পু-অন্ত (saying); স্ত্রী—পিএতী, পু—পিৎ (furthering); যীযুতী, পুযুক্ত, (yoking); যী-পুন, পু লুন, (purifying); ইত্যাদি। তৎপৰবৰ্তী সংস্কৃততে এই প্রত্যয় অত বা অশু, (শ প্রত্যয়) আছিল। তাৰ পৰা প্ৰাকৃতত অংত’ প্রত্যয় হল (বৰ ১•; হেমচ, ৩১৮০ ১৮১)। প্রাকৃতৰ শ্ৰীলিঙ্গত এই প্রত্যয় ‘অতী’, ‘অন্তী হয়। (হেমচ, ৩১৮২)। প্রাকৃতত এইদৰে সা. লি—অংত, পু—অংতে আৰু স্ত্রী- অংতী বা আর্থিক প্রত্যয় ক (=অ) যােগত পু—অংতও, স্ত্রী- অংতিআ হয়। তাৰ পৰা পূর্বহিন্দীত সা. লি.-অৎ পু—অতা আৰু স্ত্রী:—অতী আৰু অসমীয়াত সা. লি. অত, অন্ত (আৰু আত), পু.- ওঁতা, অ, অন্তা আৰু স্ত্রী-অন্তী, আঁতী, তী, অতী, তী হয়। যেনে, সংস্কৃত সা. লি.-হসৎ, পু স, সী-হসী । প্রাকৃত সা. লি. সন্ত, পু-হসংতে, স্ত্রী-সতী। পূহিন্দী সা. লি—হসৎ হসতা, স্ত্রী, সতী আৰু পুৰণি অস, সা. লি.-হাসন্ত, পু-হাসন্তা, বী:হাসন্তী। বর্তমান অস, পু.-হাহা, হাহোতা, স্বী.হাঁহতী, হাঁহতী। তিীয় বিশ্ব ৪১৩। সা. লি. পুলি ১। অইয়া অলী (মী, বনী) ( না) উলী, জালী ১। Macd. vedic Gramm, ৪০ (b). ২। Macd. vedic Gramm; 95 )