পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অসমীয়া ব্যাকৰণ আৰু তাত পি খাতু (to drink)-পিয়াত (drinking) পু. অ-পিয়ন্ত (drinking); পিওঁতা (drinking male), পিওঁতী, পিয়তী (drinking female); পু, অ. পিয়া (drinking male), পিয়ন্তী (drinking female)। সেইদৰে, খা খাতু (to eat)-খােৱাত বা খাৱাত, খাৱ, খাত ( eating); খাওঁতা, খাস্তা (male eater), খাওঁতী, খাতী, খাবন্তী (female eater); শাে ধাতু (to sleep)—শােত, শাের (sleeping), শশাওঁতা, শােৰতা, শােয়স্তা (sleeping mal), শােতা , শােৱতী sleeping female); ২ ধাতু (to b০)-হােৱাত, হাত, হােৱম্ভ, হস্ত, হােন্ত (being); হওঁতা, হােন্তা, হত্যা, হােত (becoming or existing male); হওঁতী বা হত; হােৱতী, হস্তী, হােন্তী, হােতী (becoming or extsting female); দি ধাতু (to give)—দিয়াত, দিয় (giving); দিওঁতা, বিরতা (male give), দিয়তী, দিয়ন্তী ( female giver); যা ধাতু (to go)—যােত বা যাৱাত, যান্ত (going); যাওঁ, যাৱা (going man), যাওঁতী, যাতী, যাৱন্তী (going female); ইত্যাদি। পুৰণি অসমীয়াৰ উদাহৰণ :- কেহাে বেলা হাসন্ত আবাদে। কতো গুণ গান্ত প্রদেশ ভাৰ সংহাৰন্তা আউৰ নাহি তুমি বিনে। শঙ্কৰ ভাক প্রভু ভজা তথাপি।-শঙ্কৰ বুলিব তুমি যুজস্তানে যুদ্ধচাৱা নহা।ভট্টদেৱ ৪১২। মুল (Derivation) বৈদিত কর্তৃবাচ্যৰ বর্তমান, ভবিষ্যৎ আৰু অনিশ্চিত কালৰ কৃদন্ত (present, future and aorist active participe) বুজাবলৈ অন্ত, বা আত, প্রত্যয় হৈছিল। অত লঘূ (weak) আৰু ‘অন্ত ৩ ( strong)। যেনে, অশু, (singing, অর্চ), সীদ, (sitting, Vসদ), যন্ত, ( slaying, J ), মনু, (going, vই), স, (being, Vঅস), পশু, (seeing, পশ), ইচ্ছ, (wishing, vই), ভন্ত, (breaking, ১। Macd. vedic Gram. $ 168.