পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কং-প্রত্যয় প্রত্যয় যােগ দি ধাতু আৰু শব্দৰ ৰূপ (declension আৰু conjugation) কৰা হয় সিবিলাকৰ নাম বিভক্তি (case & verbal afixes)। শ্রীলিত যিবিলাক প্রত্যয় হয় সিবিলাকৰ নাম স্ত্রী-প্রত্যয় (feminine affixes)। ($$২০৯,২১১)। কৃৎ-প্রত্যয় (Primary derivative suffixes) ৪১১। অসমীয়া কৃৎপ্রত্যয়বিলাকক তলত লিখা দৰে বিভাগ কৰিব পাৰি। ওপৰত অসমীয়া ‘ই’, ‘ইবলৈ (স. তুম, বৈদিক-তৱৈ, অৱে তবে, ‘ই’ (স. কাচ) আৰু ‘আ’ (স. ক্ত প্রত্যয়ৰ কথা কোৱা হৈছে (১৩৫৫,৩৫৭ আৰু ৩৬২)। প্রথম বিব সাধাৰণ লিঙ্গ পুল্লি স্ত্রীলিঙ্গ ১। (আত) ওঁ জভী, ওঁতী, ভী ২। অ, অত অ, অ অতী, অতী। প্রথম বিধৰ আত’ কদাচিত হে ব্যৱহৃত হয়। বর্তমানত ‘আত’ৰ ব্যৱহাৰ হলে তাৰ পিছত ‘আছ' ধাতু যােগ হয়। যেনে, পঢ়াত আছে (am reading)। বাস্তৱিকে এই প্রত্যয় বর্তমান কালৰ অপূৰ্ণকৃৎ (present imperfect বা present participte) উলিয়াবলৈ ব্যৱহৃত হয়। দ্বিতীয় বিধ প্রত্যয় (অন্ত, অত,) সাধাৰণতঃ পুৰণি অসমীয়াত চলিছিল। এই প্রত্যয় অপূর্ণকৃৎ আৰু ক্রিয়া-কর্তা (noun of agency) উলিয়াবলৈ ব্যৱহৃত হয়। স্ত্রীলিঙ্গত অকাৰান্ত আৰু আকাৰান্ত ধাতুৰ পাচত তী হয়। ‘ই’ বা ‘ই’ৰ পিচত আ’ৰ ঠাইত য়া আৰু ‘উ বা উৰ পিচত বিকরে। ৰা হয় ($$ ৭৫,৭৭,৭৮)। যেনে, হাঁহ ধাতু (to laughঘঁহাত ( laughing, পু, অ-হাস (laughing), পুলিঙ্গহাহোতত (aughing man), স্ত্রীলিঙ্গহাঁহতী (aughing woman), পু, অ—হাসতা (laughing man), হাসন্তী (laughing woman); পঢ়, ধাতু (to read পঢ়াত (reading), পূ, অ পঠ, পঢ়ত (reading), পঢ়ো, পঢ়া (male reader), পঢ়তী, পঢ়বী (female reader), পু, অ- পঠা , পঢ়া (male reader), পঠন্তী, পঢ়ন্তী (female reader);