পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাতুপ ৩৪১ নি+আ=নিয়া বা নিকা (৪ ৭৫), বা পানীৰ পাচনী নি+ অ + আ= নিওৱা (to cause to be taken by a third party); অস, খাে (to wash); তাৰ পাচনী থ+আ=ধু+ আ ( ৪০০ )=ধুৱা ( ৭৫)। পাচনীৰ পাচনীও সেইদৰে সিদ্ধ হয়। যেনে, পাৰ (to pluck)। তাৰ পাচনী পাৰা (to cause to pluck); তাৰ পাচনী পাৰ+ অৱ+ আ= পাৰ+ও+ আ= পাৰােৱা (to cause to pluck through a third party)। ৪০২। পাচনী-ক্ৰিয়াৰ ৰূপ কর্তৃবাচ্যত সকর্মক আকাৰান্ত ধাতু দৰে। তলত উদাহৰণ দিলাে। সাধাৰণ পাচনী (Simple causal ) ‘ক’ (to cause to do) (দুজনৰ সম্বন্ধ)। পুৰুষ নিত্য ব. অন্ত, অনন্ত, পৰােক্ষ ভবিষ্যৎ অনুজ্ঞা সম্ভাব্যভূত ১। কৰাওঁ কৰালাে কৰাইছছা কৰাইছিলাে কৰাম কৰাওঁ কৰালে হেতেন বা হয় ২। ক্যৱ, কলি, কইছ, কৰাইছিলি, কবি, কৰা, কলি,, | কৰােৱা কৰা কৰাইছা কৰাইছিলা কৰা কৰােৱা কৰালা, ৩। কৰায়, কৰালে কৰাইছে কৰাইছিল কৰাৰ কৰাওক, কৰালে, কৰাৱে পাচনীৰ পাচনী (Double causal) কৰােৱা (to cause to do by a third party) | (তিনিজনৰ সম্বন্ধ) পুৰুষ নিত্য ব. অতনী অনত্রী পৰােৰু ভবিষ্যৎ অনুজ্ঞা সভাব্যক্ত ১। কৰে কৰাে- কৰাে- কৰােৱাই কৰাে- কৰাে- কৰােলল- বাও বালাে বাইছছা ছিলাে বাম বাও হেলে