পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত ২। কৰে কৰাে- কৰাে কৰােৱাই- কৰাে কৰােৱা, কৰাে- ৰাৱ, ৰালি, বাইছ, ছিলি, ভাবি, | কৰাে- বালি, বউ, পুৰুষ নিত্য ব. অদ্যতনী অদ্যতনী পৰােক ভবিষ্যৎ | অনুজ্ঞা সম্ভাব্যভূত কৰাে- কৰাে- কৰাে- কৰােৱাই- কৰাে | কৰাে- কৰৱালা ৱাৱা ৱালা বাইছা ছিল বাবা বাবা হেনে ৩। কৰােৱায়, কৰাে- কৰাে- কৰােৱাই- কৰাে- কৰাে- কৰােৱালে ৱালে ৱাইছে ছিল ৱাব ৰাব হেরে কৰােৱাৱে নামধাতু | (Donominative roots) ৪৩। অসমীয়া নামধাতুৰ ৰূপ সাধাৰণ ধাতুৰ দৰে। যেনে, দমদমাওঁ, দমদমালদা, দমদমায়, ইত্যাদি। মিশ্রখাতু (Compound roots) ৪০৩। মিশ্ৰধাতুৰ (Compound roots ৰ) কথা আগেয়ে কোৱা হৈছে। দুটা ধাতু লগ লাগিলে মিশ্ৰধাতু হয়। আগৰটো প্রধান ( principal) আৰু শেষৰটো সহায়কাৰী (auxiliary) ধাতু। প্রধান ধাতুটোক অপূর্ণকৃৎ বা ক্রিয়ার্থ-ক্রিয়া বা কৃদন্ত বিশেষণ বা সংজ্ঞাত ৰাখি তাৰ পাচত সহায়কাৰী ধাতুটো যােগ কৰিব লাগে। মিশ্ৰধাতুৰ ৰূপ কৰােতে সহায়কাৰী ধাতুটোত হে বিভক্তি যােগ হয়; প্রধান ধাতুটো অপৰিবৰ্তিত থাকে। মিশ্ৰধাতুৱে সাধাৰণতঃ প্রধান ধাতুৰ অর্থ প্রকাশ কৰে। বাস্তৱিক পক্ষে ইবিলাক মিশ্র ধাতু নহয় ; ব্যাকৰণৰ নিয়ম মতে অপূর্ণ কৃৎ আদিৰ লগত আন এটা ক্ৰিয়াৰ সংযােগ মাত্র। কিন্তু বৈয়াকৰণিকসকলে মিশ্ৰধাতুরূপে ইবিলাকক বিভাগ কৰিছে বুলিহে আমিও কৰিলে। (১) সংযােজক বা পূর্ণ ক্ৰিয়াৰ লগত সংযােগ (Combination with conjunctive participles):