পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ৰা হয়। সেই দৰে পাৰ (to pluck)-পাচনী ‘পাৰা’ বা ‘পৰা (to cause to pluck); উথাল (to uproot)-পাচনী ‘উঘলা’ (to cause to uproot); ‘শাে’ (to sleep -পাচনী ‘শ’ (to cause to sleep); ইত্যাদি। আ’ প্রত্যয় সন্ধিৰ নিয়মে ‘মা’ বা ‘ৱা হয়। আ প্রত্যয় বাস্তৱিকে প্রাকৃত ‘আ’ৰ ৰূপান্তৰ। কেতিয়াবা পাচনীৰ পাচনী হয় অর্থাৎ পাচনী ধাতুৰ অন্তত আকৌ ‘আ’ বা ‘আৱ' যােগ কৰি তৃতীয় পক্ষৰ দ্বাৰা কোনাে কাম কৰােৱা হয়। যেনে, পাৰােৰা অর্থাৎ পাৰা+আ=পাৰা+ = পাৰ+ৰা (to cause to pluck by a third party)। ইয়াত তিনি পক্ষৰ সম্বন্ধ। ইয়াক পাচনীৰ পাচনী বা দ্বিণিজন্ত (double causal) বুলিব পাৰি ($ ৪৪৯ দেখা)। ৪০১। মুল (Derivation): পাচনী ধাতুৰ মূল সংস্কৃত পিচ, অর্থাৎ অয়, পুক (আপ)। তাৰ পৰা প্রাকৃতত অ, এ, আৱ, আৱে প্ৰত্যয় হয়। যেনে, প্রা, দৰিসই=স, দর্শয়তি (he causes to see); কাৰেই, কৰাৱই, কৰাৱেই=স. কায়তি (he causes to do); হাসেই, হসাই, হাৱেই =স, হাসয়তি (he causes to laugh)। অসমীয়াত তাৰ পৰা দৰশা’ (to cause to see); কৰা, কৰাউ (to cause to do); হহ বা হাহা (to cause to laugh); ইত্যাদি হয়। ইয়াৰ পৰা দেখা যাব যে অসমীয়া পাচনী-প্রত্যয় ‘আৱ’ বা ‘আউ’ বা ‘আ’। আকৌ প্রাকৃতিক ভাষাত ‘আৱেৰ ঠাইত অৱি বা অৱ হয় আৰু বহুত ঠাইত পাচনীৰ পাচনী হয়। যেনে, অস, ক (to speak); তাৰ পাচনী ক + অৱ+ আ বা ক+আ=ক+ও+আ বা ক+ৱা = কোআ ( কোৱা) বা কৱা (to cause to speak)। অস, খা (to eat); তাৰ পাচনী + অ + আ = খ+ অ + আ (ধাতু দীর্ঘ সৰ হ্র হয়, ৪ ৪••) = খ + উ + (বা আ)=খুৱা (বা খুজ)। বাঙ্গালী খাওয়া, উৰিয়া খুআ। অস, চা (to see); তাৰ পাচনী চা+অৱ+ আ বা চা+আ= চ+ অ + আ বা চা+ =চ+ও+আ বা চা+ = চোআ (বা চোৱা) বা চাৱা (to cause to see)। অস. নি (to take); তাৰ সাধাৰণ পাচনী ১। “ণে অদোৱাৱে”, হেমচ, ৩১৪৯ | “ণিচ এদানেৎ, কাত্যা ৬২৫; “আৱে চ”, কাত্যা ২৬