পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বর্তমান আৰু ভূত অসমাপিকা (present and preterite conjunctive) ক্ৰিয়াৰ ৰূপ নির্দেশক উপায়ৰ দৰে, কেৱল বর্তমান কালত বাক্যৰ আগত এটা যদি’ শব্দ যােগ কৰা হয় আৰু ভূত কালত হলে কৃদন্ত বিশেষণৰ পাচত ‘হেতেন’, ‘হলে বা হলি শব্দ যােগ হয়। যেনে, যদি তুমি হােৱা if you be; ৰাম হােৱা হেতেন had Ram been or had it been Ram; ইত্যাদি। (৪৪ ৩৫৫াখ, ৩৭৯ দেখা)। ক্রিয়ার্থ-ক্রিয়া (Infinitive mood ) | হব, হবলৈ, হ লাগি, হবা। পু, অহইতে, হুইবে লাগি, হবাক। সংযােজক বা অপূর্ণকৃৎ (Conjunctive participle) | হৈ, হই, হােৱাত।। নিত্যকৃৎ (Perfect participle)—হােৱা, হল। কৃদন্ত সংজ্ঞা বা বিশেষণ ( Participle adjective or noun)—হােৱা, (হ )। কৃদন্ত ক্রিয়া-বিশেষণ (Participle adverb)—হওঁতে, হলত, হলে। ক্রিয়া-কর্তা (Noun of agency)—হওঁতা, (স্ত্রী.-হওঁতী, হঁতী)। ৩৯৪। অসম্পূর্ণ ‘ঘ’ ধাতু (Defective root ‘ya' to go) অসম্পূর্ণ গতিকে ‘যা আৰু ‘গ’ এই উভয় ধাতু মিহলাই সম্পূর্ণ ৰূপ কৰা হয়। তৃতীয় পুৰুষ যায়, যাই নির্দেশক রূপ (Indicative mood) ১ম পুৰুষ। তুচ্ছার্থে মান্যার্থে যাও যা যােৱা। গৈছো গৈছ গলে গলি গলা, গৈছ। \গৈছা গৈছিলাে গৈছিলি গৈছিলা যাম গৈছে নিত্যবর্তমান ঘৰূপ বর্তমান অতী অনথনী পক্ষে ভবিষ্যৎ গল গৈছে গৈছে গৈছিল যাবি যাবা যাৰ