পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাভ ভবিষ্যৎ কাল (Future tence) এক বা বহুবচন ১। মই বা আমি হম (I of we shall be)। ২। তই বা তহঁত (তু, হবি (Thou wilt or you will be)। তুমি বা তােমালােক (মাহ (You will be)। ৩। সি বা সিহঁত (3), । —হব (He or they will be)। তেওঁ বা তেওঁলােক (মা) -প ( Imporative mood) নিত্যবর্তমান (Real present tense) ১। মই বা আমি—হওঁ (Be I or we, or let me or us be)। ২। তই বা তহঁত (তু.)—হ, হউ (Be thou or you)। তুমি বা তােমালােক (মা.)-হােৱা ৰা হৱ ( Be you)। ৩। সি বা সিহঁত (তু), )—হওক বা হক (Be he or they or let তেওঁ বা তেওঁলােক (মা.) him on them be)। ভবিষ্যৎ কাল (Future tense) (নির্দেশক ৰূপৰ দৰে) সম্ভাব্য কাপ (Potonal or conditional mood) অনিশ্চিত সম্ভাব্য (Indefinite conditional): নির্দেশক ৰূপৰ দৰে; কেৱল ক্রিয়াৰ পাচত হব’ বা ‘হবলা’ বা ‘হব পায় যােগ হয়)। | অদ্যতনী (Present perfect or first preterite) পুৰুষ এক বা বহুবচন ১। মই বা আমি—হলাে হয় বা হেতেন (I would have been)। ২। তই বা তহঁতহলি হয় বা হেতেন ( Thou wouldst or you would | have been)। | তুমি বা তােমালােক—হলা হয় বা হেতেন (You would have been)। ৩। সি বা সিহঁত, । —হল হয় বা হেতেন ( He or they would তেওঁ বা তেওঁলােক have bon)। ১। স, ভতু-প্রা. হউ বা হউ।: cf. আজি ধৰি হউ বাপু অজয় অমৰ। হে, স..