পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাল অসমীয়া ব্যাকৰণ আৰু ভাৰাত এ জপ (Imporative mood) ১ম পুৰুষ ২য় পুৰুষ তুচ্ছার্থে মান্ধার্থে যাওঁ | যা যােৱা (যাৱা) তৃতীয় পুৰুষ নিত্যবর্তমান যাওক, যাক অতনী সভাব্য জপ (Subjunctive mood) গলে হেতেন গলি হেসে গলা হেনে গল বা হয় | বা হয় বা হয় হেতেন বা হয় তুমন্ত রূপ (Infinitive mood) ক্রিয়ার্থা-ক্রিয়া—যাব, যাবলৈ, যাব লাগি, যাবা। সংযােজক বা অপূর্ণ কৃৎ—যাই, গৈ। কৃদন্ত সংজ্ঞা বা বিশেষণ—যােৱা, (যাৱা)। নিত্যকৃৎযােৱা (যাৱা), গল। কৃদন্ত ক্রিয়া-বিশেষণযাওঁতে, যােত (যাৱাত ), গলত। ক্রিয়া-কর্তা—যাওঁতা (স্ত্রী. যাতী)। সেইদৰে অসম্পূর্ণ ‘আছ’ ধাতুৰ (to be, to exist) ৰূপ ‘আছ’ আৰু ‘থা’ (to stay) ধাতু মিহলাই সম্পূর্ণ কৰা যায়। যেনে, আছে, থাকিছে, থাকিলে, থাকিছিলাে, আছিলাে, থাকিম। ৩৯৫। ব্যঞ্জনাস্ত ‘ক’ (to do) ধাতু নির্দেশক রূপ কাল ১ম পুরুষ | ২য় পুৰুষ তৃতীয় পুৰুষ তুচ্ছার্থে। | মান্যার্থে নিত্যবর্তমান কৰ (কহ,) কৰা কৰে। পবর্তমান কৰিছে কছি (কৰােহ ?) কৰিছ কৰিছে কৰিলে কৰিলি কৰিলা, কৰিলে, কৰিলা, (কক) কৰে