পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত | ভুতকাল (Past tence) অদ্যতনী (Present perfect or ist preterite) পুরুষ এক বা বহুবচন ১। মই বা আমি—হলো (I or we have been)। ২। তই বা তহঁত (তুচ্ছার্থে )—হলি (Thou hast or you have been)। তুমি বা তােমালােক (মাস্তাৰ্থে )—হল (You have been)। ৩। সি বা সিহঁত (তুচ্ছার্থে ), } হল ( He has or they have been)। | তেওঁ বা তেওঁলােক (মান্যার্থে) অনতনী (Second preterite) ১। মই বা আমি—হৈছে (I was or we were)। ২। তই বা তহঁত (তু.)-হৈছ বা হৈছাহ, (Thou wert or you were)। তুমি বা তােমালােক (মা.)-হৈছা (You were)। ৩। সি বা সিহঁত (তু.), }-হৈছে ( He was or they were)। তেওঁ বা তেওঁলেকি (মা.) ® পৰােক্ষ (Perfect or past perfect or third preterite) ১। মই বা আমি—হৈছিলল (I of we had been)। ২। তই বা তহঁত (তু.)—হৈছিলি ( Thou hadst or you had been)। তুমি বা তােমালােক (মা.)-হৈছিলা (You had been)। ৩। সি বা সিহঁত (তু) —হৈছিল ( He or they had been)। তেওঁ বা তেওঁলােক ( অপূর্ণভূত (Past imperfect)। ১। মই বা আমি—হৈ আছিলল (I was or we were being)। ২। তই বা তহঁত (তু.)—হৈ আছিলি (Thou wert or you were being)। | তুমি বা তােমালােক (মা.)—হৈ আছিলা (You were being)। ৩। সি বা সিহঁত (তু) ।—হৈ আছিল ( He was or they were তেওঁ বা তেওঁলােক (মা.) । bong)।