পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঁচিশ আধ্যা ধাতুপ (Conjugation) ৩৯৩। ধাতুৰূপৰ উদাহৰণ তলত দিলাে। অসম্পূর্ণ (Defective) ধাতু, যেনে, যা, আছ, আৰু সহায়কাৰী (Auxiliary) ধাতুৰ ৰূপাে তলত দিয়া হল। কতৃর্বাচ্য (Active voice) সহায়কাৰী হ' ধাতু (Auxiliary root ha'=to be) নির্দেশক ৰূপ (Indicative mood) বর্তমান কাল (Present tense) নিত্যবর্তমান ( Real present tense) পুৰুষ এক বা বহুবচন ১। মই বা আমি—হওঁ (I am or we are)। ২। তই বা তহঁত (তুচ্ছার্থে হৱ বা হ (Thou art or you are)। তুমি বা তােমালােক (মান্যার্থে হােৱা বা হৱা (You are)। ৩। সি বা সিহঁত (তুচ্ছার্থে), | তেওঁ বা তেওঁলােক (মান্ধার্থে) —ৈহয়, হই (He is or they are )। ১। মই বা আমি—হৈছে বা হৈ আছে (I am or we are being)। ২। তই বা তহঁত (তুচ্ছার্থে )—হৈছ বা হৈ আছ বা আছাহ, (Thou art or you are being)। তুমি বা তােমালােক (মান্যার্থে )—হৈছা বা হৈ আছা (You are being) ৩। সি বা সিহঁত (তুচ্ছার্থে), ।-হৈছে বা হৈ আছে ( He is or তেওঁ বা তেওঁলােক (মান্যার্থে)। they are being)।