পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব tense or past participle or third preterite)। যি কাল এই মাত্র। অতীত হৈছে তাৰ নাম অঞ্চতনী। ইয়াৰ আন নাম “আজিৰ ভূত” (Preteite of to-day) দিব পাৰি; যেনে, মই পঢ়িলাে (I have read)। অনতনী বুলিলে যি কাল নিশ্চিতৰূপে অতীত হৈছে তাক বুজায়। কাৰৰ কাৰৰ মতে যি কাল আজি দিনৰ আগেয়ে অতীত হৈছে আৰু কাৰৰ কাৰৰ মতে যি কাল কালি দিনৰ আগেয়ে অতীত হৈছে, কিন্তু বেচি পলম হােৱা নাই তেনে কালক বুজায়। কাচ্চায়নে এই কালক অপূর্ণ কাল (Imperfect tense) বুলিছে আৰু ইয়াৰ নাম (হিজতনী) হন্তনী। দিয়ে। যেনে, মই পঢ়িছে (I read) ইয়াত পঢ়া কাম আগেয়ে শেষ হৈছে, কিন্তু বহুত দিন হােৱা নাই। অসমীয়া ক্ৰিয়াৰ এই আকৃতি কেতিয়াবা অপবর্তমান বা বর্তমান অপূর্ণ কৃৎ (Present imperfect) অপেও ব্যবহৃত হয়। যেনে, মই পঢ়িছে (I am reading)-ইয়াত পঢ়া কাম চলিয়ে আছে ($$ ৩৫৬৩৬৫)। পৰােক্ষ বুলিলে অনিপিত আৰু অনিশ্চিত অতীতক বুজায়। কোনােৱে এই কালক নিত্যভূত (Perfect preterite) আৰু কোনােৱে দ্বিতীয় অতীত ( Second preterite) বুলিছে। মেমুলাৰে কয়—যি কাল অতিকৈ অতীত হৈছে’ (something absolutely past)—সেয়ে পৰােক্ষ কাল ; যেনে, মই পঢ়িছিলাে (I had read)-ইয়াত পঢ়া কাম কেতিয়াবাই শেষ হৈছিল। অদ্যতনী আৰু অননীৰ পাৰ্থক্য তলত দিয়া পু. অসমীয়াৰ উদাহৰণৰ পৰা বু যাব। | “এই অ্যয় ফল যােগক পুত মঞি আদিত্যৰ আগত কহিছে। আদিতত্যা আপুনাৰ পুত্র শ্রাদ্ধদেৱ মত কহিল ; মনুৱৱ পুত্র ইক্ষাকুত কহিলা। এই পৰম্পৰায় ৰাজঋষিসৱে জানিলা। পাচে অনেক কালে। সম্প্রদায় বিচ্ছিন্ন হৈল। সেই যােগ আজি মঞি তােমাত কহিলাে”। ভট্টদেৱ। “আৰুৰূঢ় পুৰুষৰ তৃতীয় অধ্যায়তে কর্মযােগ কহিছে; তাক ই অধ্যায়ে প্রপঞ্চলে।”—ভট্টদেৱ। ৩৭২। স ঙ্গী বা সামীপ্যভূত ( Aorist or present perfect or first prette):- এই কাল সংস্কৃত শুৎ লকাৰৰ অনুৰূপ। ই সকলাে প্রাকৃতিক ভাষাতে আছে। তলত ইয়াৰ ৰূপ দিয়া হল।