পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইলি অলে অলে, নির্দেশক ৰূপ (Indicative mood) অসমীয়া। পু, অসমীয়া | হিন্দী বঙ্গালী উড়িয়া ইলে (সে) ইলো, ইলােহে অললা ইলাম। ২। ইলি, ইলা, ইলি, ইলা, অলেস, ইলি ইলু। (লি, লা) ইলাহা। ৩। ইল, ইলে, ই, ইল, অল, ইল ইল। ইলা, ইলা ইলা, ইলেক, (ল, লে, লা, লাক) ইলন্ত উদাহৰণ: বর্তমান :- মই পঢ়িলাে (I have read ); মই বা আমি খালাে (I or we have eaten); তই পঢ়িলি (Thou hast read); তুমি পঢ়িলা (You have read); সি বা তেওঁ বহিল ( He or they have sat); সি বা তেওঁ পঢ়িলে বা পঢ়িলা বা পঢ়িলাক (পঢ়লাক ) ( He or they have read)। পূৰণি :- সকলাে লােকক মঞিসে নষ্ট কৰিলে ভট্ট দে, দেখি প্রভু তাক ভৈলােহে দাসী।—শঙ্কৰ দেখিলাহা ইটো বিকশিত বৃন্দাবন।-শঙ্কৰ বনকো দেখিল চন্দ্ৰ-ৰশ্মিয়ে ৰঞ্জিত।শঙ্কৰ মৰিল তনয় মােৰ আহাৰসে দোষে।—শঙ্কৰ তাসৱাক বাক্যে মােহি বুলিলা মুৰাৰি।-শঙ্কৰ যেৱে সৱে সমীপ পাইলেক গােপ নাৰী।—শঙ্কৰ কৃষ্ণে হৰিলন্ত চিত্ত হইল চেতন।-শঙ্কৰ ৩৭৩। মুল (Derivation): কৃদন্ত বিশেষণ (বা perfect participle) অল বা ইল প্রত্যয় সংযুক্ত ক্রিয়াৰ পাচত নির্দেশক বৰ্তমানৰ (present indicative moodৰ) বিভক্তি যােগ কৰিলে এই কালৰ ৰূপ পােৱা যায় (৪৪ ৩৫৭৩৬৭)। অসমীয়াত অকর্মক ক্রিয়াৰ তৃতীয় পুৰুষত সাধাৰণতঃ কোনাে বিভক্তি যােগ কৰা নহয়। কিন্তু সকর্মক ক্রিয়াৰ পাচত নির্দেশক বৰ্তমানৰ বিভক্তি যােগ কৰা হয়। যেনে, সি মৰিল ( he has died, অক); কিন্তু সি মাৰিলে 28