ক্ৰিয়াৰ ৰূপ দাণি’ হয়। অপভ্রংশত প্রত্যয়ৰ ঠাইত ই, ইউ, ইৱি, অৱি এই চাৰি আদেশ হয়। প্রাকৃত আৰু অপভ্রংশৰ এই প্রত্যয় সংস্কৃত ক্তা বা যৰ পৰা কেনেকৈ আহিছে ঠিক বুজিব নােৱাৰি। কিন্তু বৈদিক প্রত্যয়ৰ পৰা যে তাক নমাব পাৰি তাক বুজা টান নহয়। সংস্কৃত তা প্রত্যয় সাধাৰণ ধাতুত আৰু য-প্রত্যয় মিশ্র ধাতুত যােগ হয়। সেইদৰে বৈদিক বি, হা হায় এই তিনি প্রত্যয় সাধাৰণ ধাতুত আৰু ত্য (বা য) প্রত্যয় মিশ্র ধাতুত যােগ হয়। যেনে, দি—কৃদ্ধি (having made), গন্ধি (having gone); বাপী ( having drunk), সুপা ( having slept); জায়গায় (having gone), যুক্তায় (having yoked); য-অভিক্রম্য (approaching), সংগিৰ্য (swallowing)। ই, ইউ, ইৱি আৰু অৱি- ত্তি আৰু দায়-ৰ পৰা অহা হে সম্ভৱ। অপভ্র, ই আৰু শৌসেনী আৰু মাগধী ইঅ প্রাকৃতিক ভাষাত ৰক্ষিত হৈছে। হিন্দী, অসমীয়া আৰু উড়িয়াত ‘ই’ আৰু পু. অ, আৰু বঙ্গালীত ‘ইয়া হৈছে। যেনে, হি. পাই, পায় ; উ. পাই; অস. পাই; পু. অ পাইয়া, পায়; বঙ্গালী—পাইয়া; প্রা, পাৱিঅ ; স. প্রাপ্য ( having got)। ১। “ক্তো দাণি।” ব. ১১১৬। কৰিদাণি আজড়ো আগতঃ। ২। “ইইউইৱিঅৱয়ঃ।”, হেমচ, ৪৪৩৯। মাৰি=মায়িত্ব, ভজিউ==ভং।. চুমৱিৱিচুম্বি, বিচ্ছেড়বি=বিশ্লোগত্য।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২১
অৱয়ব