পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

read, ক্ৰিয়াৰ ৰূপ হিণী-মৈ পঢ়তা । | মৈ পঢ়ৎ হলাে। (Imperfect { অসমীয়া মই পঢ়ি আছিল। participle)। } reading (মই পঢ়িব ধৰিছিলো)। | মই পঢ়াত আছিলাে। (Past) হিন্দী-মৈ পঢ়া খা। নিত্য কৃৎ | মৈ পঢ়লে হলাে। Thd (Perfect অসমীয়া :—মই পঢ়িছিলো। participle) মই পঢ়া (কাম) | কৰিছিলো। পুৰণি অসমীয়াত অপূর্ণ কৃতত অন্ত, অন্তে, অন্তি প্রত্যয় যােগ হৈছিল। উদাহৰণ বর্তমান অপূর্ণ কৃৎ (present imperfect): দেৱে যেৱে উপসন্তে আছে। পৰিল আকাশী বাণী পাছে। শঙ্কৰ বসিয়া আছন্ত আনন্দ কৰি।শঙ্কৰ আপােনাৰ তেজে বিশ্বক প্ৰকাশ কৰিবে লাগিছা।—ভট্টদেৱ বর্তমান নিত্য কৃৎ (present perfect):- গােপ বােলে উপকাৰ কৰি আহা ভাল। | কিসক জগাইলি মােৰ নিদ্ৰাৰ ছৱাল।—মা. দে, আদিত্যো শ্রাদ্ধদেৰ মত কহিলা, মনুৱাে পুত্র ইক্ষাকুত কহিলা।—ভট্ট দে, সম্পাতিৰ বচনত খণ্ডিল বিষাদ। কৌতুকে বানৰে কৰিলন্ত সিংহনাদ।—মা. ক. ভূত অপূর্ণ কৃৎ (past imperfect):- ইতাে ত্ৰিজগতক আছিলা ৰক্ষা কৰি।শঙ্কৰ ৰহিলা কান্দতে মুদি আখি।শঙ্ক। ভূত নিত্য ঝুৎ (past perfect):- যাৰ তােমাক বৰ বুলি সৎকাৰ কৰিছিল তাৰাৰ আগত লঘু হইবা।—ভট্টদেৱ