পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ মৰিব অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব অসমীয়া অপূর্ণ আৰু নিত্য কৃতৰ তলত লিখা প্রত্যয় পােৱা যায়, অর্থাৎ অপূর্ণতৰ ‘ই’ বা ‘আত’ আৰু নিত্য কৃতৰ ‘আ’, ‘অল বা ইল' প্রত্যয়। আ-প্রত্যয় বিশেষকৈ কর্মবাচ্যৰ পৰা আহিছে; যেনে, কৰা যায় (is done), লােৱা যায় (is taken ), ইত্যাদি। অপূর্ণ কৃত অর্থ ক্রিয়ার্থ-ক্রিয়াৰ প্ৰয়ােগ কৰিও প্ৰকাশ কৰা যায়। যেনে, পঢ়িব ধৰিছে (I am reading), পঢ়িব ধৰিছিল (He was reading)। এনে মূলত সহকাৰী ক্ৰিয়াটো বাৱিকে নিত্য কৃৎ। তলত কৃদন্ত আৰু ক্রিয়ার্থ-ক্রিয়াৰ উদাহৰণ দিয়া হল। ধাতু । ক্রিয়ার্থ-কিয়া অপূর্ণ কৃৎ নিত্য কৃৎ বােল (to speak) বুলিব। বুলি, বােলাত | বােলা, বুলিল মৰ (to die)। মৰি, মৰাত মৰা, মৰিল মি (to meet) মিলিব মিলি, মিলাত মিলা, মিলিল সি (to sew) সিব, সি, সিয়াত সিয়া, সিল পি (to drink) পিব পি, পিয়াত। পিয়া, পিল শশা (to sleep) ই, শােৱাত শােন, গুল হ (to bo) হৈ, হােৱাত হােৱা, হল ৩৫৭। মুল (Origin and derivation) (ক) অপূর্ণ কৃৎ (imperfect participle): ইহঁতৰ মূল সংস্কৃত কৃৎ প্রত্যয় শত্ (অত বা অন্ত)। তাৰ পৰা প্ৰাকৃতত ‘অংতাে’ অপভ্রংশত ‘ই’ (হেমচ, ৪৪৩৯), হিন্দী-অত’, ‘তা’, বঙ্গল—“ইত’, উৰিয়া—“উ’, পু. অস—‘অন্ত’, ‘অন্তে আৰু অসমীয়াত-‘ই’, ‘আত হয়। যেনে, স. সহন (having endured) মা, আ. সহংতে, প্রা সহমততা, অপ, সহি ; হিন্দী সহতা, সহৎ, বঙ্গলা সহিতে, পু, অস, সহন্ত : অস-সহি, সৈ, সহাত। ধাতু ‘ই’ যুক্ত হােৱাৰ পিচত ‘আছ ধাতু যােগ কৰি তাত বিভক্তি যােগ কৰা হয়। যেনে, পঢ়ি আছে ( He is reading); পঢ়ি আছিল ( He was reading)। (খ) নিত্য কৃৎ (perfect participle) :—ইয়াৰ মূল সংস্কৃত কৃৎ প্রত্যয় ‘ক’ (=ত)। তাৰ পাচত স্বাধিক প্রত্যয় ‘ক’ যােগ হলে ‘তক’ আৰু উভয়ে ১। মানৌ, হেমচ, ৩১৮০; যেনে, সহমত। ‘শত্রানশ’, হেমচ, ৩১৮১; যেনে, হসমধ্যে।