পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাত গৱৈ, to go (গম), গ্রহীতৱৈ to seize ( গ্রহ), চৰিতৰে to move (চ), দাতরে, দাতৱৈ, দাৱনে to gve (Vদা), নেতৱৈ to lead (নী), পতৱে to cook (Jপচ), পাতৱে, পাতৱৈ to drink ( পা), পেষ্টৱৈ to ush (পি), ভুৱে, ভুৱৈ, ভে to be ( ভূ), মন্থিতৱৈ to stir (মথ, মন্থ), মস্তৱে, মস্তৱৈ to think ( মন্), যােতৱে, যােতৱৈ to separate ( যু), ওতৱে, ওতৱৈ, তৱে to wear.(V ), সেতৱে to bind (সি), ইত্যাদি। অপভ্রংশত তুমর্থে এৱং, অণ, অণহং, অণাহিং প্রত্যয় হয়। যেনে, স. দাতুম্ to give, অপ, দেৱং, অস, দিব ; স, পালয়িহুম to maintain, অপ, পালেরি, অস, পালিব। বৈদিক প্রত্যয়ৰ পৰা অপভ্রংশ আৰু অসমীয়া প্রত্যয় নমােৱা কঠিন নহব। ৩৫৬। কত্ত (Participle) অসমীয়া কৃদন্ত পদ বৰ অসম্পূর্ণ। তাত অপূর্ণ কৃৎ (imperfect participle), নিত্য কৃৎ (perfect participle) আৰু অসমাপিকা ক্রিয়া (conjunctive participle) মাত্র অনিশ্চিত ভাবে প্রকাশিত হয়। যেনে, | হিন্দী :-মৈ পঢ়তা । মৈ পঢ়তা বাটে।। অপূর্ণ কৃৎ মৈ পঢ়তা হৈবো। I an ( Imperfect { অসমীয়া :—মই পঢ়ি আছে। reading participle) (মই পঢ়িব লাগিছে) বর্তমান মই পঢ়াত আছে। (Present) মই পঢ়িছে। ( হিন্দী:-মৈ পঢ়া হ। নিত্য কৃৎ মৈ পঢ়লে বাটে।। মৈ পঢ়লে হৈবে। (Perfect | I have participle) read | মায়া মই পঢ়িলাে। মই পঢ়া (কাম)। কৰিলে। ১। “তুম এৱং অপাণহ অণহি চ”, হেমচ, ৪৪৪১