পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ অসমীয়া ব্যাকৰণ আৰু ভাষাভ। প্রাকৃত বর্তমান আৰু ভৱিষৎ অননত হােই, হােত, হােজা এনে আকৃতি হয়। সংস্কৃতত এই আকৃতির প্রতিরূপ লটু আৰু লুই। ৩৫৫। (ক) ব্যার্থ বা নির্দেশক কাপ (Indicative mood) ক্ৰিয়াৰ সাধাৰণ ভাব প্রকাশৰ উপায়ক স্বার্থ বা নির্দেশক কাপ বােলে। যেনে, খাওঁ, খালাে, খাম। সংস্কৃত শট, লঙ, লুঙ, লিটু, লটু আৰু লুট এই ৰূপৰ অন্তৰ্গত। কেৱল লােট, লিঙ, আৰু ঙ, এই উপায়ৰ বাহিৰ। (খ) সভায্য কাপ (Conditional or Subjunctive mood)। সম্ভাব্য অধত ধাতুৰ পাচত সংস্কৃতত লঙ, হয়; যেনে, যদি বৃষ্টি ভৱিষ্যৎ তদাহ অগমি =অস, বর্ষণ হােৱা হলে মই গলে হেতেন (বা হয়)। সংস্কৃত লঙ, কেৱল ভৱিষ্যৎ অর্থত প্রয়ােগ হয়। কিন্তু অসমীয়াত বর্তমান অর্থতত ইয়াৰ ব্যৱহাৰ হয় ; যেনে, যদি মই পা৷ে এবাৰ যাম ; যদি পইছা দিব লাগে মই নদী পাৰ নহওঁ। এই শেষােক্ত উদাহৰণত ক্ৰিয়াৰ অৰ্থ ভৱিষ্যৎ কালত ; সেই দেখি সম্ভাব্য বর্তমানক (subjunctive presentক) নির্দেশক ভৱিষ্যততা (future indicative) বুলিব পাৰি। সম্ভাব্য ৰূপ কেতিয়াবা ভূত কালতত হয় ; যেনে, “সি অহা হেতেন মই তাৰ লগতেই গলাে হেতেন” (বহল ব্যাকৰণ, ১৮১ পৃ.)। সম্ভাব্যৰ তিনিটি আকৃতি আছে:-(১) যদি যােগত; যেনে, যদি তুমি পঢ়িলা হয় (বা হেতেন) তেন্তে মই ৰলল হেতেন (বা হয়); (২) যদি শূন্যত; যেনে, তুমি পঢ়া হেতেন (বা হলে) মই গলে হেতেন (বা হয়); (৩) ‘হেতেন’ “অনতনে ল।”, পাণি. ৩২১১১। অনঅভূতার্থন্তের্ধাতােল তা”, ল, সি কৌ। অনন্তন ভূত অৰ্থত বর্তমান ধাতু পাচত ল হয়—অগচ্ছ। “লু।”, পাণি. ৩২১১• “ভূতাৰ্থে ধাতােল স্যাৎ।”, ব. সি. কৌ,। ভূত অর্থ প্ৰকাশ কৰিবলৈ ধাতুৰ পাচত লু হয়—অগম। “লিঙ নিমিত্তে লঙ, ক্রিয়াতিপতে।”, পানি, অ৩১৩৯। “হেতুহেতুমতাদি লিঙনিমিত্তং তত্র ভৱিষ্যত্যর্থে লঙ, ক্রিয়ায় অনিশতে গম্যমানায়া।, ল, সি, কৌ। ক্ৰিয়াৰ অসিদ্ধি হােৱা অৱস্থাত লিঙৰ নিমিত্ত-হেতু, হেতুমাৰ আৰু বিধি, নি। আদি অর্থত কিবা অর্থ হলে ভৱিষৎ অর্থত ও লকাৰ হয়, অর্থাৎ ধাৰ্থৰ অসিদ্ধি বুলে সম্ভাবনা অর্থত (ভৱিতত ) ল লকাৰ হয়—অগমি। ১। “বর্তমানভৱিষনাদ্যতনয়ােচ জজৌ ৱা।”, বৰক ২০।