পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একৈশ আধ্যা ক্ৰিয়াৰ ৰূপ (Mood) ৩৫৪। ক্ৰিয়াৰ ৰূপ (Mood) (ক) ক্রিয়া প্রকাশৰ ৰূপ চাৰি বিধ—স্বার্থ বা নির্দেশক (Indica- tive), সম্ভাব্য (Subjunctive), অনুজ্ঞ। ( Imperative) আৰু তুমন্ত (Infinitive)। | (খ) মূল সংস্কৃতত কাল (tense) আৰু ক্ৰিয়াৰ ৰূপ (mood) বুজাবলৈ দহােটা বিভক্তি আছিল—স, ললাট, লঙ, বিধিলিঙ, , লও, সুট, আশীলিঙ, লিটু আৰু লুঙ। বৈদিকত ইয়াৰ বাহিৰেও আৰু এটি বিভক্তি আছিল—সেট। এই বিভক্তিবিলাকে সকলাে কাল আৰু সকলাে ৰূপ নির্দেশ কৰিছিল। প্রাকৃত আৰু প্রাকৃতিক ভাষাত এই বিভক্তিসৱৰ কেইবাটাও লােপ হল বা একে ৰূপত পৰিণত হল। যেনে, ১। “বর্তমানে লটু।”, পাণি. ৩২১২৩। বর্তমানকালত ধাতুৰ উত্তৰ লই হয়—গচ্ছামি। | “পৰােক্ষে লিটু”। পাণি. ৩২১২৫। ভূত অদ্যতন আৰু পৰােক (যাৰ সাক্ষাৎকাৰ হােৱা নাই)। অথত লিটু হয়। জগাম। ' | “অন্যতনে লুটু।”, পাণি. ৩৩১৫। “ভৱিষ্যত্যনতনেহৰ্থে ধাতােলুট স্যৎ”, ল. সি. কৌ। ভৱিষ্যৎ অনন্যতন অর্থ প্রকাশ কৰোতে লুট লকাৰ হয়—গন্যাশ্মি। | ‘ট শেষে চ।”, পাণি. ৩৩১৩। ভৱিষ্যদথাকাতাের্ল টু ক্রিয়ার্থায়াং ক্রিয়ায়াং সত্যামস্যাং বা।”, ল. সি. কৌ। ভৱিষৎ অৰ্থত ধাতুৰ পাচত শট লকাৰ হয়, ক্রিয়ার্থ-ক্রিয়া বিদ্যমান থাকক বা নাথাকক। ক্ৰিয়াৰ অৰ্থৰ নিমিত্তে যি ক্রিয়া তাৰ নাম ক্রিয়ার্থা-ক্রিয়া (gerund); যেনে, পঠিতুং যাতি (পঢ়িবলৈ যায়)। ইয়াত পঢ়া ক্রিয়া ভৱিষৎ কালৰ। cf. “তুমুলো ক্রিয়ায়াং ক্রিয়ার্থায়া”। পাণি, ৩৩১০ লটু- গমিয়ামি। “ৱিধিনিমন্ত্রণামন্ত্রণাধীটসংখলাৰ্থনেযু লিঙ।”, পাণি, ৩৩১৬১। বিধি, নিম, আমন্ত্রণ, অধীষ্ট, সংপ্রশ্ন, প্রার্থনা—এই অর্থত ধাতুৰ পাচত লিঙ, ( বিধিলিঙ, আর্লিঙ) একাৰ হয়। বিধিলিঙগচ্ছে, আলিঙ--গ্যাস। | “লােট চ।”, পাণি, ৩৩১৬২। বিধি আদি অর্থত লােট, লকাৰৰ হয়—গচ্ছ। “আশিষি লিঙলােটো।”, পাণি, ৩১৭৩ আশীর্বাদ অর্থত ধাতুৰ পাচত লিঙ, আৰু লােট হয়।