পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাৰাতত্ব মূল সংস্কৃত ধাতু অকর্মক ধাতু সকর্মক ধাতু বু, (to sink) বু (to immense) নি+ গ নিগৰ (to drip)। 1 (to cause todrip, | to empty) সাধ, সাধ, (to persevere) সাধা (to breah) সিধ, সি, (toil, সিকা (to boil, to be done! | to cook) বলহ, বােল (to speal) বুলা (to all, to invite) গল গল। শুল (dissolve) (to liquefy) ম vখা (to dry) | শােষ (to absorb, to soak), ইত্যাদি। কেতিয়াবা অকর্মক ধাতুৰ পৰা ওলােৱা সকর্মক ধাতু সংস্কৃত ণিজন্ত (বা পাচনী) ধাতুৰ বিকৃতি ভিন্ন আন একো নহয় ($৩৪৯)। যেনে, সচৰ, ( to walk)=অ. চৰ, (to graze) আৰু স. ণিজন্ত ‘চাৰি' (d. চায়তি)= অ. সকর্মক চাৰ, (to graze); স. পত, (to fall ), পততি= অ. Jপৰ (to fall), আৰু স. ণিজন্ত ‘পাতি (পাতয়তি)=অ, পাৰ, (to pluck)। কিছুমান ক্রিয়াৰ দুটাকৈ কর্ম থাকে ( ২৬০ ঘ); যেনে, সি তাক প্রশ্ন সুধিছিল। ক্ৰিয়াৰ তিনিটা পুৰুষ (person)-প্রথম পুৰুষ (first person) মই, দ্বিতীয় পুৰুৰ (second person) ‘তুমি’ বা ‘তই আৰু তৃতীয় পুৰুষ (third person) যি, ‘সি', ইত্যাদি। ক্ৰিয়াৰ দুটা বচন (number)—একবচন ( singular) আৰু বহুবচন (plural)।