পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৮ অসমীয়া ব্যাকৰণ আৰু তাত stick to) কর্তৃবাচ্যে লট বিভক্তি গতি আ. লগই আৰু কৰ্মৰাচ্যত লগ্যতে, আ. লগগ হয়। শেষােক্ত ৰূপ লগগৰ পৰা অসমীয়া সাবা বর্তমান ৩য় পুরুষ একবচনৰ ৰূপ লাগে’ আহিছে। কর্তৃবাচ্যৰ লগই পৰ পৰা লাগে’ অহা নাই, কিয়নাে তাৰ আকাৰ তাৰ পৰা পােৱা নাযায়; তাৰ পৰা লগে’ শহে পােৱা যায়। অসমীয়-দেখে (sess), এ. দেখ স, ‘দৃশ্যতে’ (কর্মবাচ্যৰ) পৰা আহিছে কর্তৃবাচ্যৰ পতি’ প নহয়। অ, দিয়ে, দেই (gves) বােধৰে স. দীয়তে (কর্মবাচ্য, প্রা. দিব্যতে, দিইৰ পৰা ওলাইছে স দদাতিৰ পৰা নহয়। উপৰত দিয়া কাৰণৰ পৰা আনিব পাৰি যে বাচ্য পৰিবৰ্তনাে প্রাকৃতিক ভাষাৰ খাতুৰ পৰিবৰ্তনৰ এটি কারণ। ২। উৎপাদি বা বিতায় তৰৰ বাহু (Secondary roots)। ৩৪৮। ওপৰত যিবিলাক ধাতু কথা কোৱা হল সেইবিলাক মৌলিক ধাতু (primary roots)। মৌলিক ধাতুবিলাকৰ আকাৰ পৰিবৰ্তনত বা সমিত আন কিছুমান ধাতু পােৱা যায়। সিবিলাকক ঔৎপাদিক বা দ্বিতীয় স্তৰৰ ধাতু (secondary roots) বুলিব পাৰি। সিহঁতক তিনি ভাগত যেীব কৰিব পাৰি :- (১) পাচনী বা ণিজন্ত ধাতু (Casual roots)। (২) নামধাতু (Denominadve roots)। (৩) মিশ্র ধাতু (Compound roots)। ৩৪৯। পানী খাতু (Casual roots) আন প্রাকৃতিক ভাষাৰ দৰে অসমীয়াতত একে মূলৰ পৰা ওলােৱা একো জোৰ ধাতু আছে। তাৰে এটা সকর্মক আনটো অকর্মক ধাতু। অকর্মক খাতুটোর মূল ধাতু পাৰু সকর্মক খাটো সাধাৰণতঃ তাৰ পাচনী (স ণিজন্ত) আকৃতি। যেনে, অ, পৰ (o fal, অকর্মক)= পত, ধাতু। তাৰ পৰা ওলাইছে অস, পাৰ (to cause to all, to pluck সর্মক)= পাতি (গিজ) আৰু শট তি পাততি (এস. পাৰে he plucks)। ই পত, ধাতুৰ পাচনী আকৃতি। অসমীয়া পাৰ ধাতু (to pluck) পাচনী আকৃতি ‘পাৰা (to cause to pack)। সেইদৰে , বু (to link)=