পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাতু ব্রুড় (লক্ তি ব্রুড়তি)। কিন্তু অ. বুখা (to cause to sink or immerse, সকর্মক)=স. ড়ি (ণিজন্ত) আৰু লট তি=ব্রুয়তি (অ. বুৰায়)। তেনেকৈ অ. চৰ, (to walk, to gaze, অক.)=স চৰ। কিন্তু অ. Vচাৰ, (to cause to walk or gaze, সক.)=স, চাৰি (ণিজন্ত) আৰু লম্ তি চায়তি (অ. চাৰে); অসমীয়া পাচনী ধাতু ‘চা (to cause to gaze); অস, টুটু (to be less or short)=স. Vটট, টটতি; কিন্তু অ, টুটা (to cause to be less, shortcn)=স, ত্রোটি ধাতু, ক্রোটতি; অ. vফুট (to split open)=স, ফুট; কিন্তু অ. ফুটা (to cause to burst, to open)=স, ক্ষোটি (ণিজন্ত), ফোটতি, ইত্যাদি। এইদৰে অকর্মক ধাতুৰ প্ৰধান স্বৰ দীর্ঘ কৰি এটা সকর্মক ধাতু উলিয়াব পাৰি আৰু শেষত ‘আ’ যােগ কৰি এটা পাচনী ধাতু পাব পাৰি। উলটি। অসমীয়াত সকর্মক ধাতুৰ প্ৰধান দীর্ঘ স্ব স্ব কৰি অকর্মক ধাতুৰ সৃষ্টি কৰিব পাৰি। এনে যােবা যােৰা সকর্মক আৰু অকর্মক ধাতুৰ এটিহে অর্থাৎ কেৱল সকর্মক বা অকর্মক ধাতুহে সংস্কৃত আৰু প্ৰাকৃতত পােৱা যায়। অসমীয়াত এই নিয়ম বৰ বিস্তৃত আৰু কেতিয়াবাহে তাৰ ব্যতিক্রম ঘটে। যেনে, পগা বা পাগা (to cook, to digest)=স. পচ ধাতু (স.); তাৰ পৰা অসমীয়া প (to ripen) আৰু পচ, (to rot) এই দুটা অকর্মক ধাতু ওলাইছে। সেইদৰে মৰ, (to die, অকর্মক)=স.ম আৰু মাৰ, (to al, সকর্মক )। তেনেকৈ লৰ, (to move), আৰু লাৰ, (to remove, cause to move), ইত্যাদি। ৩৫। নামধাতু (Denominative or Nominal roots) সংস্কৃতত বিশেষ্যকে ধাতুরূপে ব্যৱহাৰ কৰা ধাতুৰ নাম নামধাতু। কেতিয়াবা কৃদন্ত শব্দকো ধাতুৰূপে ব্যৱহাৰ কৰা যায় ; যেনে, পুত্ৰীয়তি (behaves like son), শায়তে (sounds), দমদমায়তি বা দমদমায়তে (sounds ike kettledrum) from দমদমা (kettle-drum), অ, দমদমায়; স. জিতঃ (excelled, past participle of জি ), অ. জিত, | (to be ictorious ); স, ফুল্ল, (to burst' open) from ফুল | (lower ), অ, ফুল (to lower); স. ব্যাখ্যাত (praised ), প্রা. বখাণম্ (হে. ২৯০ ), বখাণীও, অ. বখা (to praise); স. ধাৰা 25