পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাতু ২৫৭ উপজায়তে; অ, ঘূৰে (tums)=প্রা, ঘােৰই, স, ঘূর্ণতে; অস, বৰিৰে (it rains)=প্রা. বসিই, স, বৰ্ষতি; অ, মৰিবে (pardons)=প্রা. মসিই, স. মতে; অ, সৰে (fals of )=প্রা. সৰ, স, সৰতি; অ. মৰে ( dies) =প্রা. মৰ, স. মিয়তে; অ, ভৰে (ils)=প্রা. ভাই, স, বিভর্তি, ভতি; আ. লয় (takes)=প্রা. হই, স, লডে ; , তবে (strings or weaves together)=প্রা. গুই বা তথেই, স, গ্রন্থতি বা গুফতি; অ, হবে (steals)= প্রা, হ, স, হতি; অ, উঠে (rises)= উঠই, স, উত্তিতি; অ, আফালে (slikes against)

আফফালই, স. আফালয়তি; অ. সুমৰে (remembers) প্রা.

সুমৰাৰেই, সুমই, স. স্মৰতি ; অ, গায়, গাৱে (sing)-এ, গাই, গাঅই, স. গায়তি; অ. খায়, খাৱে (eats)=প্রা. খাই, খাই, স. বাদতি; অ. বিকে (sells)=বিই, স. বিক্রীতি; অ বেঢ়ে (encircles) =প্রা. বেড় ঢই, স. বেষ্টতে ; অ, থাকে (stays)=প্রা. থই, স. থকৃতি; অ. পিন্ধে (wears)=প্রা. পিংখই, স, অপিদধাতি ; অ. শুৱায় ( shines)=প্রা. সুহই, স, শােভতে; অ, পিএ (পিয়ে), পিয়াৱে (drinks)=প্রা. পিঅঅই, পিয়ই, পিআই, স, পিবতি; অ. দেখে (sees)=. দেখই, দেখ, স, দৃশ্যতে; অ, বাজে (paints) = প্রা. ৰজ্জতে, স, ৰাতি, ৰজতে (ৰজ্যতে), ইত্যাদি। ৩৪৭। বাচ্য পরিবর্তন (Change of voice) ওপৰৰ উদাহৰণৰ পৰা দেখা যাব যে দিবাদিগণীয় ধাতুৰ সাধাৰণ প্রত্যয় য' আৰু কর্মবাচ্যৰ য’ প্রত্যয়ে আৰু এটি গােলমাল লগাইছিল। উভয় প্রত্যয়ে একেৰকম হােৱাৰ কাৰণে আৰু প্ৰাকৃতত দিবাদি আৰু আন গণৰ ধাতু ষষ্ঠ বা দশম গণত পৰিবর্তিত হােৱাৰ কাৰণে সংস্কৃত কর্তৃ আৰু কর্ম উভয় বাচ্যৰ ধাতুকে এক গণত (যষ্ঠ গণত) কর্তৃবাচ্যৰ ধাতু স্বৰূপে ধৰা হৈছিল। যেনে, স. পা ধাতু (to drink) কর্তৃবাচ্যত পিবতি আৰু কৰ্ম বাচ্যত পীয়তে হয় (লটু বিভক্তিত)। প্রাকৃত ‘পিবতিৰ ঠাইত পিআই আৰু ‘পীয়তে’ৰ ঠাইত পিই, পিঅঅই, পিময়ই হয়। অসমীয়াত শেষােত, আকৃতিৰ পৰা অর্থাৎ কর্মবাচ্যৰ ৰূপৰ পৰা ‘পিয়ে হয়। কিন্তু এই পিয়ে শক কর্তৃবাচ্যৰ বুলি গণ্য হয়। সেইদৰে সংস্কৃত লগ্ ধাতু (to adhne, to ৩