পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৮ অসমীয়া ব্যাকৰণ আৰু ভাষাত তুৰ (স. পূর্ণ quickly, speedily প্রা, ভূ ততা, দু তত)। বিয়লি (স. বিকাল, প্রা. বিআলাে afternoon)। আগে, আগেয়ে (স. অন্তে, অপ, অগই in front of, before)। পাচে, পিচে (পাছে, পিছে) (স. পশ্চাৎ পণ্ডে, অপ, পচ্ছই at the back of, behind, later : $ ৪৬ দেখা)। নিতৌ (স. নিত্যম, প্রা. নিত্তম্‌ every day, often)। পুনৰায় (স. পুনহি, প্রা, পুণেৰইং again : ৪৭)। ফি (স. পুনৰ, again)। বাৰে বাৰে (স. বাৰম্বাৰ again and again)। লাহে লাহে (স, লাস্যম্ লাস্যম্, প্রা. লাসং লাসং lit. dancing slowly)। সদা, সদাই (স. সদা, সদাহি always)। সদ্যে, সখ্যে, সাহতে (স, সদ্য, বৈ. সদ্যশ্চিত, for the present)। সােনকালে (স. সমকাল in equal time; soon), ইত্যাদি। তৎসম শব্দ, যেনে, কদাচিৎ, কদাপি, তৎকাল, তৎক্ষণাৎ (তৎক্ষণ) অকস্মাৎ, হঠাৎ, পূর্বে, শীষে, ধীৰে, কচিত, ইত্যাদিও ব্যৱহৃত হয়। (খ) নামবাচক ক্রিয়াবিশেষণ ( Adverbs of place) বাইলে (স, বাহে, প্রা. বাজে external exterior : $ ৪০৬)। পাৰে, সিপাৰে (স. পাৰে on the opposite bank)। পাজৰে (স. প্র চৰ, প্ৰা, পয়ৰ at a distance)। পাশে (স. পার্শ্বে by the side of : $ ২৭৬ দেখা)। বাহিৰে (স. বহিস, প্ৰা বাহিৰএ outside: $ ৪০৬)। ভিতৰে (স, অভ্যন্তৰে, প্ৰা, অন্তিংতৰে in the interior, inside)। উপৰে, ওপৰত (স. উপৰি above)। নীচে (স. নীচৈ beneath, below, down), ইত্যাদি। তৎসম অত্র, সৱত্ৰ, য, তত্র আদিও চলে। (গ) লক্ষণৰাচক ক্রিয়াবিশেষণ (Adverbs of manner) একলে, অকলে ($ ৩৩৭; alone).