পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জানাে ? [স, জাত ক্রিয়াবিশেষণ ২৪১ ) [স. জ্ঞাত, জ্ঞা; এ. আশির্ত known; অ, জানাে I doubt I know : জান্ ধাতু ; জানােৱা=জানােৱা। স. | জানামি, অপ, জাণ (হেমচ, ৪৩৯১);1 mow; অ. জনােৱা। | জানে।]। হেনো ) হু সৈ ..ঈদৃশঃ, ৪ ৪৬াক; as if )। বিলগে (স. বি + লগ্ন, অপভ্র, বিলগগি separate, adv. বেলেগে separately)। বেগাই }( স. ৱেগঃ speed; বেগে with speed)। বেগতে ভালে ভালে, ভালেতাে } (স. ভদ্রকে; অপভ্র, ভন্ন; well; বৈদিক ভল indeed)। ভালেহে। বৰ (স, ৱড় ; great, large অপভ্র, বড়া); ইত্যাদি। তৎসম শব্দ অধিক, অত্যন্ত, নিৰন্তৰে, পৰস্পৰ আদিও ব্যৱহৃত হয়। (ঘ) ইচলামিক ক্রিয়াবিশেষণ ( Adverbs of Arabic and Persian origin)। | জৰুৰ ( immediately), জলদি (quickly), আস্তে আস্তে (আস্তে স্তে (slowly), খালি (only), খাতিৰে owing to, on account of ), বদলে, বদলি ( in exchange for ), বাবে (বাবৎ on account of ) আদি অসমীয়াত প্রচলিত আছে। (ঙ) দেশজ ক্রিয়াবিশেষণ লেখিয়া (আ) (ছুটীয়া লাকি, like, this sort of ), আকৌ (খা, নাকৌ, again), দেই (দুটীয়া দেই now) আদিও অসমীয়াত প্রচলিত আছে।