পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৬ অসমীয়া ব্যাক-আভাষাতত্ত্ব | (চ) সংস্কৃত ইয়ৎ (ইৎ), কিয়ৎ, যাৎ, তাৱৎ এই কেইটি বৎপ্রত্যয়ান্ত শৰ প্রকৃত মৎপ্রত্যয়ান্ত হয় (হেমচ. ২১৫৯)। এইদৰে ইমৎ, কিম, জেম, তেমৎ শন পােৱা যায়। ভাত ৭মী বিভক্তি ‘এ’ যােগ কৰিলে অসমীয়া ক্রিয়াবিশেষণ ইমতে, কিমতে, জেমতে, (যিমতে), তেমতে (সিমতে) ওলায়। | (ছ) সংস্কৃত ততঃ, যত, কুতঃ, অতঃ অপভ্রংশ প্রাকৃতত তহ, জহা, কঁহা, অহ (?) হয় (হমচ, ৪৩৫৫) এইবিলাক শব্দ বাস্তৱিকে ৫মীৰ পদ। কিন্তু ইহঁতৰ অর্থ স্থানবােধক অর্থাৎ ৭মী বিভক্তিযুক্ত পদ। এই অহাঁ, তহঁ, হাঁ, কহাঁ শব্দ পুৰণি অসমীয়াত কেতিয়াবা ব্যৱহৃত হৈছিল। বর্তমান নামনি আসামত এই শব্দবিলাকৰ পিচত ৭মী বিভক্তি ‘ই’ যােগ কৰি ক্রিয়াবিশেষণ স্বৰূপে ব্যৱহাৰ কৰা হয়; যেনে, অহাই (hither), তহঁই বা সহাঁই (thither), হাই (whither), কহই (whither)। (জ) সংস্কৃত অত্র, তত্র, যত্র, কুত্ৰ শৰ প্ৰাকৃতত ইত, এতথ, ইত্তো, তত্তো, জত্তো, কতধ হয় (হেমচ, ২১৬০, ৪২৬৫,৩২৩)। অসমীয়া অত, ত’ত, য'ত, ক'ত আৰু পু, অসমীয়া ঐত, তৈত, জৈত, কৈত (here, there, where) শব্দ তাৰ পৰা আহিছে। এতথ, জেতথ, কেতগু, (হেমচ, ৪২৬৫, ৩৩০,৪০৫ )ৰ পৰা, এথা, যেথা, কোথা: শব্দ ওলাইছে। এতে, আতে, তাতে আদিও এতগু, তত্তো আদিৰ ৰূপান্তৰ।। | (ঝ) সংস্কৃত ঈদৃশ, তাদৃশঃ, যাদৃশ, কীদৃশঃ শব্দৰ অপভ্রংশ প্রাকৃত অইসাে, কইসাে আদি রূপ হয় (হেমচ, ৪৪০৩)। তাত স্বাৰ্থিক প্রত্যয় ‘অণ’ আৰু ৭মী বিভক্তি ‘ই’ ( অপভ্র, হি’) যােগ কৰিলে ঐসানি, অইসানি, তৈসানি, তইনি, যৈসানি (জইসানি), কৈসানি, কইসানি শব্দ পােৱা যায়। কাহানি, কেহ নি, তাহানি, তেহনি আদি শব্দ ইসৱৰ ৰূপান্তৰ মাখােন ( $$ ১৩৭,১৬৫)। (ঞ) সংস্কৃত ইদানীম্ শব্দ প্রাকৃতত এহিম, এত্তাহে, ইনি হয় (হেমচ, ২১৩৪)। এত্তাহে’ৰ সংকোচিত আকৃতি ‘এ’ বা ‘অথ’; তাত আর্থিক প্রত্যয় অন্ বা ণ ($ ৪৩৪) যােগ কৰিলে এথন, অথন (now) হয়। তাৰ পিচত ৭মী বিভক্তি ‘ই’ যােগ কৰিলে এথনি, অথনি (now) শব্দ পােৱা যায়। (ট) সংস্কৃত কথং তথা যথা শব্দ অপভ্রংশ প্রাকৃতত তেম, তিহ, তিধ,