পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪১ বিশেষণ-সর্বনাম এনে+ কুআ, তেনে + কুঅ (কঅ=কৃতং, হেমচ, ১১২৬; কয়া বা কআ = কৃত, হেমচ. ২২ ০৪; কাউণ=কৃত, হেমচ, ৪১২১৪ =done)ৰ ৰূপান্তৰ। সংস্কৃত ৱং, মৎ, বৈদিক ৱন্ত, মন্ত, প্রা. বংতে, মংতে হয় আৰু বিশেষণ উলিয়াবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। সংস্কৃত এত, ত আদি সর্বনাম প্রাকৃতত এ, তে, আদি হয় বুলি ওপৰত কোৱা হৈছে ( ৩৩৪)। এই, এ, তে আদি শব্দৰ পিচত মন্ত, প্রত্যয় যােগ কৰিলে এমন্ত, তেমলু, আদি শব্দ ওলায়। ইবিলাকৰ ‘ত লােপ হলে পুৰণি অসমীয়া, এমন, তেমন আদি শব্দ পােৱা যাব পাৰে। কিন্তু বাস্তৱিকে এম, তেম আদি শব্দত স্বাধিক ‘ন যােগ হলে এই শব্দবিলাক পােৱা যায় [ $ ৩৩৯ (৮)]। অসমীয়া আপুন শব্দৰ মূল সংস্কৃত আত্মন্ শব্দ। ই স্বয়ং অর্থত প্রাকৃতত অপপণাে হয় (হেমচ. ২০২০৯; $ ৩২২ দেখা)। ঠিক ওপৰৰ অৰ্থতে বৈদিকত এনা’ (this sort of ) শব্দ পােৱা যায় (ঋক ১৩০৩)। ৩৩৭। ইয়াৰ বাহিৰে তলত লিখা শব্দবিলাকে বিশেষণ-সর্বনাম ৰূপে ব্যবহৃত হয়। চপা সংস্কৃত প্রাকৃত অসমীয়া। একঃ (one) একো দ্বিতঃ (second) দুসলিএ দোচোৰ, চৰা সৱ: (all) সবাে সাৱ, সাৰিতঃ (completed, all) ও (?) চা সৱ (all) পালি-সৰপ সমুচ্চয়ঃ (all) সমূচ্চও সা অপৰ (other) অৱশে, অৱক আৰু অন্য: (other) অম্নো আন কিংচিৎ খলু (something) কিংচিহু কতিপয়ম, (some, a few) কইঅষম কেই অত্যায়ঃ (whole) অত্তা আতাই, নাটাই একল, | একলাে একল, একল (single, alone) অল ইত্যাদি। ইয়াৰ বাহিৰে অপৰ, অমুক, উভয়, কিঞ্চিত, পৰ, প্রত্যেক, প্রতি, যুগল, স্বয়ং আদি তৎসম শব্দ ও বিশেষণ-সৱনামৰূপে ব্যবহৃত হয়।