সপ্তদশ অধ্যা ক্রিয়াবিশেষণ (Adverb) ৩৩৮। যি পদে ক্রিয়াক ( ৩৪১) বিশেষকৈ বুঝায় তাৰ নাম ক্রিয়া- বিশেষণ (adverb)। যেনে, তুৰন্তে আহিবাইয়াত ‘তুন্তে ক্রিয়া- বিশেষণ। সংজ্ঞা, সর্বনাম, সংখ্যাবাচক শব্দ বা কৃদন্ত পদৰ পৰা ক্রিয়াবিশেষণ ওলাব পাৰে; নাইবা পৃথক কিছুমান শব্দ স্বাভাৱিকে ক্রিয়াবিশেষণস্বৰূপে ব্যবহৃত হব পাৰে। ক্রিয়াবিশেষণ শক কাবাচক, স্থানবাচক আৰু লক্ষণবাচক—এই তিনি ভাগত বিভক্ত কৰিব পাৰি। সর্বনাম-ক্রিয়াবিশেষণ উল্লেখযােগ্য। তাৰ ৰূপ তলত দিলাে। ১। নামক্রিয়াবিশেষণ (Pronominal adverb) (ক) কালক সৱলা (Pronominal adverbs of time) সর্বনাম সংস্কৃত হিন্দী পু, অসমীয়া অসমীয়া নিশ্চয়বাচক ইনানীং অৰ, অখনী, এরে, আরে, অথন, অনি, (Demon- এখন, এহিয়া, এখন, ঐনি এতিয়া, এতি- strative) অৰে, আবে। আন, এখন, এলা (now) সাবাচক এব, এখনী, যৈানি যেতি (তি, ( Relative) জহি, লেখনি, (জৈানি) জেতি), যবে, যেৰে, তেতিয়ান। (বে, ভেবে), (নি ) কােহনি, বাহানি, খেন, জেলা (when) পৰম্পৰ সম্ববাচক তদা তব, তখনী, তৈলানী, তেতিয়া (Corelative) হি, তেতে, (তেতি), ডেনি, তবে, ভেনি , তেহৰি, হানি, ভেলা (then)
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭০
অৱয়ব