পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩১ বিশেষ সর্বনাম পুব হিন্দী। তে, কেকে, তিলা কেতে, কিমান, কনা, কেনা, কত কত, কেই (how much) অবাক (Qualitative) এইন, এজি, এহয়, ঐ এনা, এনে, এনেকুৱা, এলু, এ, এন, না এইচ, এইয়া; পু-এ, এহ, , একা এমন ( like this)। ইসন, তৈদিন, হে, লাে, তেনে, নেকুৱা, ভহিন, ভেন, তেহ, | তেনুৱা, সেনুয়া (৫), বেইচা, সি, ভেনা সেনা, সেনে, সো; পু- এই, বৈহিন, দেহ, হিন, লেহন, দৈহ, জিনা, দেন। তেমন (like that)। যেনা (জেনা), যেনে (জেনে), যেনেকুৱা, যেৰুৱা (নুৱা), যেই (লেইচা), যেইয়া ;পু- যেহ (জে), যেহা (জেহা), যেহু (জেহু), যেহু (জে ), যেমন (like what : as)। কেনা কেনে, কেনেকুৱা, কেনুৱা, কেই; পু.-কেন, কেহ, কে, কে, কেমন ( like what : of what sort) ইসন, কৈহিন, কেহ, কহিন, কেহন, কে, কিনা, ফেনা ৩৩৬। মুল (Derivation) . (ক) সংস্কৃত ইয়ৎ (বৈদিক ইৎ), তাৎ, যাৱৎ, কিয়ৎ (বৈ. কিৱৎ ) (so large or so much c) আদি পৰিমাণবাচক সর্বনাম প্রাকৃত এত্তিঅম্, এলি, তেত্তিঅম্, তেত্তিলম, জেমিম, জেলি, কেত্তি, কেলিম হয় (হেমচ. ২১৫৭) আৰু অপশ প্রাকৃতত এৰিলাে, এভিউ, তেত্তিলে, তেত্তিউ, জেলিল, জেত্তিউ, কেত্তিলো কেভিউ হয় (হেমচ. ৪৩৪১, ৩৯৫, ৩৮৩)। প্রাকৃত দীর্ঘাকৃতি (long form ২৮৪) এত্তিও, তেত্তিও