পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অসমীয়া ব্যাকৰণ আৰু তাত অপভ্রংশ প্রাকৃতত তা, যা, কা হয় (হেমচ, ৪৩৫৮)। ইহঁতৰ সু লােপ হলেও অসমীয়া তির্যক আকৃতি পােৱা যায়। সংস্কৃত ইদম্ শব্দৰ যষ্ঠীৰ একবচনত প্ৰকৃতত অসম আৰু ইমা হয় (হেমচ, ৩৭৪)। “ইমসস’ৰ ম আৰু সস ইং হলে ‘ইয়া থাকে। সেয়ে অসমীয়া তিক আকৃতি। যেনে, ইয়াক (ইআক), ইয়াৰ, ইয়াত, ইত্যাদি। তির্যক আকৃতি যে যষ্ঠীৰ বিভক্তি তাক ওপৰত কোৱা হৈছে ( ২৪১)। এত শব্দ প্রাকৃত ইঅম্ হৈছিল (হমচ, ২১২৪)। এই ইসমৰ পৰা ইআ ( =ইয়া)। এলােৱ সম্ভৱ। 'যি’, ‘কিবা আদি রূপ অপভ্রংশ প্রাকৃতৰ অনুরূপ (হেমচ. ৪৩৩)। যােড়শ আধ্যা বিশেষণ-সর্বনাম (Pronominal adjective) ৩৩৫। সর্বনামৰ পৰা ওলােৱা পৰিমাণ বা গুণবাচক বিশেষণ বা অনিশ্চিত বিশেষণৰ নাম বিশেষণ সর্বনাম। তলত পৰিমাণ আৰু গুণবাচক বিশেষণ সর্বনামৰ নমুনা দিয়া হল। পৰিমাণৰাচক (Quantitative) সর্বনাম পুব হিন্দী অসমীয়া বিশেষণ-সর্বনাম বিশেষণ-সর্বনাম অতে, এতেক, অতিনা এতেক, ইমান, অতনা, এতনা, অতহত অত (this much)। অকে, তেন্তেক, তিনা, | তেতে, ভিমান, সিমান, তেন, ততহত ততনা, তত, সেইমান (that much) এতেক, জেতে, তিনা, জেতে, বিমান (লিমান), তেন, তত যতনা, যত, যেই (what much) ১। যেনে, এ. এৱো কণ ই -অৱত কথং যেত।